বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা দুখন আদৰ্শ বিদ্যালয়ৰ গৃহ আজি উদ্বোধন কৰা হয়। ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে গৃহ দুটা উদ্বোধন কৰে। অঞ্চলী চৰকাৰী মজলীয়া বিদ্যালয় আৰু দৈচাগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গৃহ দুটা মুকলি কৰা হয়।
Assamese | August 13, 2025 9:34 PM | baksa model school
বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত দুখন আদৰ্শ বিদ্যালয়ৰ গৃহ উদ্বোধন