লোকসভাত আজি ৰাষ্ট্রীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই আলোচনা আৰম্ভ কৰে। আলোচনাৰ বাবে ১০ ঘণ্টা সময় দিয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত পূর্বে অনুষ্ঠিত সর্বদলীয় বৈঠকতে আজি বন্দে মাতৰম আৰু কাইলৈ ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
Assamese | December 8, 2025 12:25 PM | Banda mataorm
লোকসভাত আজি বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা