April 16, 2024 6:41 PM

views 73

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, চানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ ...

April 16, 2024 7:35 PM

views 76

ভাৰতীয় অর্থনৈতিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সম্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে তথ্যৰ বিশ্লেষণ আৰু সাক্ষ্য আধাৰিত উন্নয়ন কাৰ্যসূচীৰ ৰূপায়ণে চৰকাৰক জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাত সহায় কৰিছে। তেওঁ কয় যে নতুন অৱধাৰণা, পদ্ধতি আৰু প্ৰযুক্তিৰ মাধ্যমেৰে কৰ্ম দক্ষতা বৃদ্ধি কৰাটো ভাৰতীয় অর্থনৈতিক সেৱাৰ যুৱ বিষয়াসকলৰ দায...

April 16, 2024 6:14 PM

views 63

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ দলৰ নেতা সঞ্জয় সিঙৰ

আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছে। দলৰ নেতা সঞ্জয় সিঙে আজি এখন সংবাদমেলত কয় যে কাঁচৰ খিৰিকীৰে বিভক্ত এটা কক্ষত অকল অৰবিন্দ কেজৰিৱালৰ পত্নী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰিব পৰাৰ অনুমতি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

April 16, 2024 6:07 PM

views 56

পঞ্জাৱত লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ চাৰিজনীয়া প্ৰাৰ্থী তালিকা প্রকাশ

আম আদমী পাৰ্টীয়ে পাঞ্জাৱত লোকসভা নিৰ্বাচনৰ বাবে চাৰ্জিনীয়া প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে। জয়দীপ সিং কাকা ব্ৰাৰে ফিৰোজপুৰ আৰু আমনচেৰ সিঙে গুদাসপুৰ সংসদীয় সমষ্টিৰ পৰা প্রার্থিত আগবঢ়াইছে। দলটোৱে জলন্ধৰ সমষ্টিৰ বাবে পৱন কু টিনুক আৰু লুধিয়ানা সংসদীয় সমষ্টিৰ বাবে অশোক পৰাশৰ পাপ্পিক প্ৰক্ষেপ কৰিছে।

April 16, 2024 5:46 PM

views 60

ওড়িশা বিধানসভা নির্বাচন আৰু তেলেংগানা তথা উত্তৰ প্ৰদেশৰ উপ-নির্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ

বিজেপিয়ে আজি সমাগত লোকসভা নিৰ্বাচনৰ লগতে ওড়িশা বিধানসভা নির্বাচন আৰু তেলেংগানা তথা উত্তৰ প্ৰদেশৰ উপ-নির্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্রকাশ কৰিছে। ওড়িশা বিধানসভাৰ বাবে বিজেপিয়ে ২১ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। দিলীপ ৰয়ে ৰুৰকেলা সঞ্জলী মুমুৱে বাংৰিপচি নৰচিং বাট্টাই জাৰিগাম আৰু অমৰেন্দ্ৰ দাস...

April 16, 2024 5:42 PM

views 97

মাৰ্ঘেৰিটাৰ নামদাং এলেকাত আছাম ৰাইফল্‌ছৰ বাহনত আলফাৰ অতৰ্কিতে আক্ৰমণ

অসমৰ অৰুণাচল প্রদেশ সীমান্তৱৰ্তী মাৰ্ঘেৰিটাৰ নামদাং এলেকাত আজি পুৱা সন্দেহযুক্ত আলফাৰ পৰেশ বৰুৱা ফৈদৰ উগ্ৰপন্থীয়ে আছাম ৰাইফল্‌ছৰ এটা পহৰাদাৰী দলৰ এখন বাহনক লক্ষ্য কৰি অতর্কিতে আক্ৰমণ চলায়। আছাম ৰাইফল্‌ছৰ জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে দুয়োপক্ষৰ মাজত হ...

April 16, 2024 5:49 PM

views 52

দেশৰ বাকী অংশৰ লগতে অসমতো ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অব্যাহত

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বাকী অংশৰ লগতে অসমতো বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী...

April 16, 2024 6:03 PM

views 84

কোনেও সংবিধান সলনি কৰিব নোৱাৰে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা চেষ্টা চলাইছে। বিহাৰৰ গয়াৰ গান্ধী ময়দানত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে জনসাধাৰণক...

April 16, 2024 12:31 PM

views 114

চ’ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন

আজি অশোকাষ্টমী। চ'ত মাহৰ শুক্ল অষ্টমী তিথিত অশোকাষ্টমী পালন কৰা হয়। আজিৰ দিনটোত ব্ৰহ্মপুত্ৰ, গংগা আৰু যমুনাৰ ত্রিবেণী সংগম হয়। যাৰ বাবে মৃতকৰ অস্থি প্ৰদান, পিণ্ডদান তথা বৰলুইতত স্নান কৰিলে মোক্ষ প্রাপ্তি হয় বুলি লোক পৰম্পৰা চলি আহিছে। এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে অশ্বক্লান্ত দেৱালয়ৰ বিষ...

April 16, 2024 12:25 PM

views 51

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি কাইলৈ বিয়লি ৫ বজালৈকে ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব পাৰিব। ৫ বজাৰ পিছত দলসমূহে কোনোধৰণৰ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব। উল্লেখ্য যে অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত প্ৰথম পৰ্যা...