April 16, 2024 11:54 AM

views 71

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালিৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চানৰাইজাৰ্ছ হায়দাবাদৰ জয়লাভ

চানৰাইজাৰ্ছ হায়দাবাদে বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত যোৱা নিশা ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ২৮৮ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি বেংগালুৰু দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬২ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ...

April 16, 2024 11:47 AM

views 81

আহমদ আবদুল্লাহ অল-আহমদ অল-ছাবাহ কুৱেইটৰ নতুন প্রধানমন্ত্ৰী হিচাপে নিযুক্তি

আহমদ আবদুল্লাহ অল-আহমদ অল-ছাবাহক কুৱেইটৰ নতুন প্রধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। বিগত ৭ এপ্ৰিলত দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ মহম্মদ অল-ছালেম অল-ছাবাহে পদত্যাগ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৯৯ৰ পৰা ২০০৫ চনলৈ দেশখনত বিত্ত আৰু যোগায...

April 16, 2024 11:43 AM

views 96

ওড়িশাত যাত্রীবাহী বাছ দুৰ্ঘটনাত মহিলাসহ কমেও ৫জন লোক নিহত, ৩৫ জন আহত

ওড়িশাৰ জয়পুৰ জিলাত যোৱানিশা এখন যাত্রীবাহী বাছ দলঙৰ পৰা বাগৰি পৰাৰ ফলত এগৰাকী মহিলাসহ কমেও ৫জন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে ৩৫ জন লোক আহত হয়। পুৰীৰ পৰা পশ্চিমবংগৰ হালদিয়ালৈ অহাৰ পথত ১৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাবাতী দলঙত এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয়। দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীসকল...

April 16, 2024 11:25 AM

views 57

এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত জনসভা সম্বোধন কৰিব প্রধানমন্ত্রীয়ে

প্রধানমন্ত্রীয়ে আজি এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ গয়া আৰু পুনিয়াত দুখন জনসভা সম্বোধন কৰিব। ইয়াৰে প্ৰথমখন সভা গয়া লোকসভা সমষ্টিৰ গান্ধী মৈদানত আৰু দ্বিতীয়খন সভা পুর্নিয়াৰ ৰংভূমি মৈদানত আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দুয়ো ঠাইতে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।...

April 16, 2024 11:20 AM

views 60

ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্রসাশনৰ মুকাভিনয় ভিডিঅ’ মুকলি

অসমৰ মৰিগাঁও জিলাত ভোটদাতা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্রসাশনে আকর্ষণীয় মুকাভিনয় ভিডিঅ' মুকলি কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে বিশিষ্ট মুকাভিনয় শিল্পী তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হকে মৌনতাৰ ভাষাৰে ভোটদানৰ বাৰ্তা প্ৰেৰণ কৰিছে। ইপিনে জিলাখনৰ ৬টা আদৰ্শ ভোটগ্রহণ কেন্দ্ৰত চুনাৱ কা পৰ্ব উদযাপ...

April 16, 2024 11:15 AM

views 60

নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় ন...

April 15, 2024 9:19 PM

views 61

 নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধৰ উপৰি নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নির্বাচনলৈ মাজত মাত্র ৩ টা দিন বাকী থকা অৱস্থাত নির্বাচন হবলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নির্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নির্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।...

April 15, 2024 9:16 PM

views 82

ৰাজ্যৰ বিভিন্ন ঠাইত গোসাঁই বিহু, মুকলি বিহু, মঞ্চ বিহুকে ধৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰে ৰঙালী বিহু পালন

সাদিনীয়া ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। বটদ্ৰৱা, মাজুলী, আৰু বৰপেটা সত্ৰৰ উপৰি মঠ-মন্দিৰ, দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰি অন্যান্য উপ...

April 15, 2024 9:07 PM

views 49

কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা । তেওঁ যোৰহাট সমষ্টিৰ...

April 15, 2024 9:01 PM

views 60

লোকসভা নিৰ্বাচনত নিৰাপত্তা আৰু অন্যান্য দিশ সূক্ষ্মভাৱে তদাৰকৰ বাবে নিৰ্বাচন আয়োগৰ নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে...