April 1, 2024 10:44 AM

views 32

 প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া কাৰ্যসূচীৰে মুম্বাইলৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ উপলক্ষে আয়োজিত RBI at 90 শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কৃষণৰাও আৰু পংকজ চৌ...

March 31, 2024 9:24 PM

views 98

বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ শোক প্রকাশ

বিশিষ্ট ভাষাবিদ, সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰিছে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ, চর্যাগীতিকোষ আদিৰ দৰে অমূল্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা ভাষাবিদগৰাকীৰ মৃত্যু জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি...

March 31, 2024 9:09 PM

views 120

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলাব। নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ত...

March 31, 2024 9:00 PM

views 68

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমাধিস্থলত সদৌ বড়ো ছাত্ৰ সন্থাই এই দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ সভাপতি দীপেন বড়োৱে পতাকা...

March 31, 2024 8:48 PM

views 77

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চলি, জালাহ শিমলাকে ধৰি কেবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটা...

March 31, 2024 8:40 PM

views 92

উত্তৰ প্ৰদেশৰ মীৰাটত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত এখন বিশাল নির্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ সভাত ভাষণ দি মোদীয়ে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচন কেৱল বিজেপি চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ বাবে এ...

March 31, 2024 8:36 PM

views 71

উত্তৰ প্ৰদেশৰ মীৰাটত বিশাল নির্বাচনী সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মীৰাটত এখন বিশাল নির্বাচনী সভাত অংশ গ্ৰহণ কৰে৷ সভাত ভাষণ দি মোদীয়ে কয় যে ২০২৪ চনৰ লোকসভা নির্বাচন কেৱল বিজেপি চৰকাৰ গঠনৰ বাবেই নহয় বৰঞ্চ ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম অর্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ বাবে এ...

March 31, 2024 8:28 PM

views 89

আমেৰিকাৰ ডেনিয়েল কলিন্সে মায়ামি অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়ন

আমেৰিকাৰ বাছনিবিহীন খেলুৱৈ ডেনিয়েল কলিন্সে মায়ামি অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ফ্ল'ৰিডাত অনুষ্ঠিত ফাইনেল খেলখনত কলিন্সে চতুর্থ বাছনিৰ কাজাখাস্তানৰ এলেনা ৰিবাকিনাক ৭-৫, ৬-৩ৰ পোনপটীয়া ছেটৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজ...

March 31, 2024 8:13 PM

views 81

আই পি এল ক্রিকেটঃ গুজৰাট টাইটানছ – ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়ী

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি গুজৰাট টাইটানছ - ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হৈছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছৈত জিকি প্রথমে বেটিং কৰিবলৈ নমা হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অভিষেক শৰ্মা আৰু আব্দুল...

March 31, 2024 7:43 PM

views 61

দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপন

বিগত বছৰৰ দৰে আজি কামৰূপ জিলা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কামৰূপ জিলাৰ ঐতিহাসিক পটভূমি আৰু কামৰূপ জিলাৰ পৰ্যটন ব...