February 6, 2025 5:43 PM
54
কটকটীয়া নিৰাপত্তাৰ মাজত দিল্লী বিধানসভা নির্বাচনৰ ইভিএমসমূহ ষ্ট্ৰং ৰূমত ৰখা হৈছে
দিল্লী বিধানসভা নির্বাচন কালি শান্তিপূর্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত নির্বাচন আয়োগ আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএমসমূহ ষ্ট্ৰংৰূমত ৰখা হৈছে। ই ভি এমত ভাগ্য বন্দী হৈ থকা এই নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টিৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল, আতিশী, মনিষ ছিছ'দিয়া, বিজেপি...