February 7, 2025 6:17 PM

views 64

দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। পুৱা ৮ বজাত ভোট গণনা আৰম্ভ হ'ব। প্ৰথমে প'ষ্টেল বেলটসমূহ গণনা কৰা হ'ব। দিল্লীৰ মুখ্য নির্বাচনী বিষয়া আৰ এলিছ ৱাজে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ বাবে দিল্লীৰ ১১ খন জিলাত ১৯টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ...

February 7, 2025 6:15 PM

views 47

বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা ভাৰতৰ

ভাৰতে বাংলাদেশত প্ৰতিবাদকাৰীয়ে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ বাসগৃহ ধ্বংস কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়শোৱালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে স্বাধীন বাংলাদেশৰ ইতিহাসৰ চিহ্নস্বৰূপ এই ঐতিহাসিক ভৱন ধ্বংস কৰি পেলোৱাটো সঁচাকৈয়ে অতি দুখৰ বিষয়। তেওঁ কয় ...

February 7, 2025 6:05 PM

views 48

কৃত্রিম বুদ্ধিমত্তাযুক্ত ৰাষ্ট্ৰীয় উপভোক্তা হেল্প লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন উপভোক্তা মন্ত্ৰ্যালয়ৰ

উপভোক্তা মন্ত্ৰ্যালয়ে ওজৰ আপত্তিসমূহৰ ক্ষেত্রভিত্তিক পর্যালোচনাৰ বাবে কৃত্রিম বুদ্ধিমত্তাযুক্ত এটা ৰাষ্ট্ৰীয় উপভোক্তা হেল্প লাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। আপত্তিসমূহ জনসাধাৰণে ১৯১৫ টলফ্ৰী নম্বৰ অথবা Consumer.com.in ৱেবছাইটযোগে অৱগত কৰিব পাৰিব। উপভোক্তাসকলে তেওঁলোকৰ ওজৰ আপত্তিসমূহ বিশেষকৈ শিক্ষাৰ ল...

February 7, 2025 6:01 PM

views 49

যোৱা বছৰৰ শেষলৈকে ই-নাম প’ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে যোৱা বছৰৰ শেষলৈকে ই-নাম প'ৰ্টেলত ৪৩০০ৰো অধিক কৃষি উৎপাদন সংস্থাই পঞ্জীয়ন কৰিছে। তেওঁ লগতে কয় যে কৃষি উৎপাদন সংস্থাৰ ৪ কোটি ৮০ লাখৰো অধিক কৃষকক ২৪৯ কোটি টকাৰ ধনৰাশি বিতৰণ কৰা হৈছে। ৰাজ্যসভাৰ প্ৰশ্ন কালত আজি এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰীগৰাকীয়ে ...

February 7, 2025 5:56 PM

views 38

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্...

February 7, 2025 5:40 PM

views 58

শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়ক লৈ প্ৰতিবাদ বিৰোধী সাংসদৰ

লোকসভাত আজি ভালেমান বিৰোধী সাংসদে শ্ৰীলংকাৰ কৰ্তৃপক্ষই তামিলনাডুৰ মাছমৰীয়াসকলক কৰায়ত্ত কৰি ৰখাৰ বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ডি এম কেৰ সাংসদ দয়ানিধী মৰাণ, কানিমুঝী আৰু এ ৰাজা, কংগ্ৰেছ সাংসদ হিবিয়াডেন, আৰ জে ডিৰ সাংসদ মনোজ ঝা, চিপি আই এমৰ পি সন্তোস আদিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যম...

February 7, 2025 5:34 PM

views 48

জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ

কেন্দ্ৰীয় চৰকাৰে জনজাতি অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত চৰকাৰৰ পূৰ্ণ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে, বিশেষকৈ জনজাতীয় অ...

February 7, 2025 5:02 PM

views 51

লোকসভাত ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত

লোকসভাত আজি ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ সাংসদ ধৰ্মবীৰ গান্ধীয়ে দেশে সন্মুখীন হোৱা কৃষি প্ৰত্যাহ্বানসমূহ উত্থাপন কৰাত কেন্দ্ৰীয় বাজেট নিষ্ফল হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে কৃষকৰ আত্মহননৰ বিষয়টো সদনত উত্থাপন কৰে। শ্ৰী গান্ধীয়ে কয় যে চৰকাৰে ...

February 7, 2025 11:28 AM

views 37

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৰাজ্যৰ ৪গৰাকী বক্সাৰৰ নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ প্ৰতিযোগিতাত কালি অসমৰ ৪ গৰাকী বক্সাৰে নিজ নিজ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় ক্রীড়াৰ ইতিহাসত নতুন অভিলেষ গঢ়ি পোন প্ৰথমবাৰৰ বাবে অসমৰ ৪ গৰাকী বক্সাৰে ফাইনেলত প্ৰৱেশৰ গৌৰৱময় সফলতা অৰ্জন কৰিছে। তাৰকা বস্কাৰ শিৱ থাপাই চেমি ফাইনেলত মহাৰ...

February 7, 2025 11:25 AM

views 52

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব

দেশৰ নতুন আয়কৰ বিধেয়কত কেন্দ্রীয় কেবিনেটে আজি অনুমোদন জনাব। অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ সম্ভাৱনা আছে। এতিয়াও বলবৎ হৈ থকা ১৯৬১ চনৰ আয়কৰ আইনৰ অৱসান ঘটাবলৈ কেন্দ্ৰই এই নতুন আইন প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। বিত্ত মন্ত্রী নির্মলা সীতাৰমনে শেহতীয়া বাজেট দাখিলৰ সময়তে কেবিনেটত ন...