February 15, 2025 6:34 PM

views 50

ৰাছিয়া আক্ৰমণ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰকাশ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে কয় যে বন্ধ হৈ থকা চেন বিল পাৰমানৱিক শক্তি খণ্ডৰ ৰেডিয়েচন কনটেইনমেণ্ট চেণ্টাৰত ৰাছিয়াৰ ড্ৰ'নে যথেষ্ট ক্ষতি সাধন কৰিছে। অৱশ্যে জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ পাৰমানৱিক শক্তি সংস্থাই এই ঘটনাৰ পাছত বিকিৰণৰ মাত্ৰাই স্বাভাৱিক বুলি নিশ্চিত কৰিছে। ইউক্রেইনত চলি থকা য...

February 15, 2025 6:29 PM

views 40

প্ৰয়াগৰাজত হোৱা পথ দুৰ্ঘটনাত কমেও ১০ গৰাকী লোকৰ মৃত্যু, ১৯ গৰাকী আহত

কালি নিশা প্ৰয়াগৰাজ জিলাৰ মেজা ৰ'ড ক্ৰছিঙৰ সমীপত এখন যাত্ৰী কঢ়িওৱা এছ ইউ ভি বাহন আৰু দ্ৰুতবেগী বাছ এখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৯ গৰাকী লোক আহত হয়। প্ৰয়াগৰাজৰ আৰক্ষী আয়ুক্ত তৰুণ গাবাই জনোৱা মতে এছ ইউ ভি বাহনখনত ছত্তিশগড়ৰ কাৰ পৰা প্ৰয়াগৰাজ অভিমুখে এদল লোক...

February 15, 2025 6:25 PM

views 40

পাকিস্তানত বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্রমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

February 15, 2025 6:22 PM

views 63

হামাছে মুকলি কৰি দিবলগীয়া ৩ পণবন্দীৰ নাম ইজৰাইলৰ ঘোষণা

গাজা স্ট্রিপত পেলেষ্টাইনী সশস্ত্র গোট হামাছে আজি মুকলি কৰি দিবলগীয়া তিনিজন পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ'ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয় হামাছৰ ...

February 15, 2025 6:19 PM

views 37

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুনলৈ বৃদ্ধি পাইছে। মীন মন্ত্ৰ্যালয়ৰ এটা তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষত দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ তুলনাত ২০২৩-২৪ বৰ্ষত ১৮৪ লাখ টনলৈ বৃদ্ধি হৈছে। ৮ শতাংশ অংশীদাৰিত্বৰে ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ মৎস্য উৎপাদকাৰী দেশ হিচাপে পৰিগণিত হৈছে বুলিও মন্ত্ৰ্যালয়ৰ সুত্ৰই প্ৰকাশ কৰে...

February 15, 2025 6:17 PM

views 34

চৰকাৰৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজি ৰাঁচীত অনুষ্ঠিত বিৰলা ইনষ্টিটিউত অৱ টেকন'লজি মেছৰাৰ প্লেটিনাম জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অনাগত সময়, কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন...

February 15, 2025 6:14 PM

views 66

যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আত্ম সচেতনতা আৰু মননশীলতাৰ জৰিয়তে যুৱ প্ৰজন্মই স্পষ্টতা, স্থিতিস্থাপকতা আৰু উদ্দেশ্যবোধৰ প্ৰৱল চেতনা গঢ়ি তুলিব পাৰে। ২০২৫ বৰ্ষৰ পৰীক্ষা পে চৰ্চাৰ পঞ্চম সংস্কৰণত প্রধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ মনৰ চমৎকাৰীতা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে শৈক্ষিক উৎকর্ষতাই কে...

February 15, 2025 6:09 PM

views 55

মিউনিখ নিৰাপত্তা সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নিশা জার্মানীত অনুষ্ঠিত মিউনিখ নিৰাপত্তা সন্মিলন সন্দৰ্ভত ইউক্রেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্দ্ৰী চিবিহাক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই ইউক্রেইন সংঘাত সমাধানৰ দিশত চলি থকা প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে ভাৰত ইউক্রেইন দ্বিপাক্ষিক...

February 15, 2025 11:54 AM

views 47

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী-আছুৰ আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কৱচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ...

February 15, 2025 11:53 AM

views 23

এডভাণ্টেজ আছামৰ প্ৰস্তুতি সন্দৰ্ভত মূল আয়োজক গোটৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামলৈ বিনিয়োগকাৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত কালি মূল আয়োজক গোটৰ সৈতে এখন পর্যালোচনাৰ বৈঠকত মিলিত ...