March 10, 2025 1:08 PM

views 46

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰি ভাৰতৰ অধিনায়ক ৰোহিত শর্মা দেশৰ দ্বিতীয় সফল অধিনায়কত পৰিগণিত হৈছে। ৰোহিতৰ নেতৃত্বতেই ৯ মাহ পূৰ্বে ভাৰতে ২০২৪ বৰ্ষৰ টি-২০ বিশ্বকাপ জয় কৰিছিল। কালিৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন দুবছৰৰো কম সময়ৰ ভিতৰত ভাৰতৰ ক্রমাগত চতুর্থ আই চি চি টুর্ণামেণ্টৰ চূড়ান্ত খ...

March 10, 2025 1:06 PM

views 54

আকাশবাণীৰ পাব্লিক স্পীকত আজি নিশান্ত কুমাৰ আৰু ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত অনলাইন বিত্তীয় প্ৰবঞ্চনা সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয়ক কেন্দ্ৰৰ সঞ্চালক নিশান্ত কুমাৰ আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অ...

March 10, 2025 1:04 PM

views 52

খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মনোজ সিনহাৰ মন্তব্য

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে পৰ্যটনৰ বাবে বিশ্ব প্ৰসিদ্ধ গুলমার্গক শীতকালীন ক্রীড়াৰ নগৰ হিচাপে বিকশাই তোলা হৈছে। কালি সন্ধিয়া উত্তৰ কাশ্মীৰৰ বাৰমুল্লা জিলাৰ গুলমার্গত খেলো ইণ্ডিয়া...

March 10, 2025 1:01 PM

views 54

আজিৰে পৰা শ্ৰীমতী দ্রৌপদী মুর্মূৰ হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱৰ তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱলৈ তিনিদিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে হিছাৰত অৱস্থিত গুৰু জাম্বেশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাগ ল'ব। একেদিনাই তেওঁ ব্ৰহ্ম কুমাৰীৰ দ্বাৰা আয়...

March 10, 2025 1:00 PM

views 23

ভাৰতীয় বায়ুসেনাৰ ইনষ্টিটিউট অফ এৰ’স্পেচ মেডিচিন পৰিদৰ্শন ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অনাগত দিনত মহাকাশ খণ্ড অভূতপূৰ্ব বিকাশৰ সাক্ষী হ'ব বুলি উল্লেখ কৰি ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত গুৰুত্ব প্ৰদান কৰে। কালি কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত ভাৰতীয় বায়ুসেনাৰ ইনষ্টিটিউট অফ এৰ'স্পেচ মেডিচিন, আই এ এম পৰিদৰ্শন কৰি শ্রীসিঙে বিমান আৰু মহাকাশ যাত...

March 10, 2025 12:57 PM

views 42

আজি সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই পৰ...

March 10, 2025 12:34 PM

views 63

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন ভাৰতৰ

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে খিতাপ অৰ্জন কৰি ভাৰতে নতুন অভিলেখ ৰচিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই খিতাপ অৰ্জন কৰে। ইয়াৰ পূৰ্বে ২০০২ চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতে ২০১...

March 10, 2025 12:31 PM

views 49

অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ'ব। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, ভাৰতীয় চলচ্চিত্র মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্...

March 10, 2025 12:24 PM

views 61

অনা-কাৰ্বি লোকসকললৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান

 কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত বসবাস কৰি কাৰ্বি জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা অনা-কাৰ্বি লোকসকললৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে সকলো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, ড° তুলিৰাম ৰংহাঙে কালি সাংবাদিকৰ সৈত...

March 10, 2025 12:22 PM

views 56

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ

মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী লোৱা হৈছে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে তেওঁৰ দ্বাৰা স্থাপিত পাটবাউসী সত্ৰৰ লগতে বিভিন্ন সত্ৰসমূহত ধর্মীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। হাজোৰ ৰামদিয়াত মহাপুৰুষজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালিৰে পৰা তিনি দিন...