March 10, 2025 9:06 PM

views 42

কম্বোদিয়াৰ চিয়েম ৰিয়েপত তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা

কম্বোদিয়াৰ চিয়েম ৰিয়েপত আজি তৃতীয় ভাৰত-কম্বোদিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আজিৰ বৈঠকত ৰাজনৈতিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিকাশ, সহযোগ, ঐতিহ্য সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কত আলোচন...

March 10, 2025 9:02 PM

views 37

লোকসভাত বিত্ত মন্ত্রীৰ চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো পৰিপূৰক দাবী মঞ্জুৰী দাখিল

কেন্দ্ৰীয় চৰকাৰে আজি চলিত বিত্তীয় বৰ্ষত প্ৰকৃত অতিৰিক্ত ৫১ হাজাৰ ৪৬২ কোটি টকা ব্যয়ৰ বাবে সদনৰ অনুমোদন বিচাৰে। আজি লোকসভাত বিত্ত মন্ত্রী নির্মলা সীতাৰমণে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো পৰিপূৰক দাবী মঞ্জুৰী দাখিল কৰে। এই অতিৰিক্ত ব্যয়ৰ ১২ হাজাৰ কোটি টকা সাৰৰ ৰাজসাহায্যত আৰু ১৩ হাজাৰ কোটিৰো অধিক টক...

March 10, 2025 8:59 PM

views 51

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ’বগৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ'বগৈ। তেওঁ মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণ তথা অহা ১২ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মৰিছাচত সকলোবোৰ প্ৰস্তুতি তুংগত উঠিছে বুলি জানিব পৰা গৈছে। উ...

March 10, 2025 8:50 PM

views 45

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় ৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিত...

March 10, 2025 8:38 PM

views 54

গংগাৰ পানী লেতেৰা হোৱা নাই বুলি কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ মন্তব্য

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে, গংগাৰ পানী লেতেৰা হোৱা নাই বুলি নিশ্চিতি প্ৰদান কৰিছে। সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী পাৰ্টিলে কয়, যে গংগাৰ পানী লেতেৰা বুলি একাংশ লোকে ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। মহাকুম্ভ ২০২৫ৰ সময়ত গংগাৰ পানী লেতেৰা হৈছে বুলি কেইবাগৰা...

March 10, 2025 8:34 PM

views 31

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবল...

March 10, 2025 8:30 PM

views 41

বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন স্থগিত

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হোৱাৰ পাছতেই বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদন স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পি এম শ্ৰী আঁচনি সন্দৰ্ভত প্ৰকাশ কৰা বক্তব্যৰ বিৰুদ্ধে ডি এম কে আৰু কংগ্ৰেছৰ সাংসদ...

March 10, 2025 1:25 PM

views 63

কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ'ব। এই সমাৰোহত ৰাজ্যৰ শিক্ষা, সাহিত্য আৰু সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱা নাহেন্দ্ৰ পাদুনক ডি.লিট আৰু প্লাজমা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক ডি.এচ.চি প্ৰদান কৰা হব। মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা হিচা...

March 10, 2025 1:23 PM

views 83

বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন

বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। এই বাজেটে নতুন অসম গঢ়াত বিশেষ ভূমিকা ল'ব বুলি বিত্তমন্ত্রী নেওগে সদনত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকক জানিবলৈ দিয়ে। ২০২৪-২৫ বৰ্ষৰ বাজেটৰ মুঠ ব্যয় ১ লাখ ৪১ হাজাৰ ৫২৯ কোটি টকা ধাৰ্য কৰা হৈছে। বিধানসভাত বাজেট দাখিল...

March 10, 2025 1:09 PM

views 63

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

 ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ ক্ৰিকেট দললৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমতী মুৰ্মুৱে কয়, যে বিশ্বৰ একমাত্ৰ দলৰূপে ভাৰতে তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিব...