January 26, 2025 9:12 PM
58
গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন
গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতো আজি উলহ মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি আৰক্ষী জোৱান আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু হৃষিকেশ ৰয়ৰ ল...