January 16, 2025 8:05 PM
20
জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়াকৈ জোনবিল মেলা; মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত তিৱা ৰাজ্যৰ বুৰঞ্জী...