January 17, 2025 10:19 AM

views 31

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তোই এইবেলি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী অহা ২৫ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰ...

January 17, 2025 10:12 AM

views 37

ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত ...

January 17, 2025 10:08 AM

views 25

ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্রবীন কুমাৰক মেজৰ ...

January 16, 2025 8:42 PM

views 23

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিষ খুৰানা, মনজিন্দৰ স...

January 16, 2025 8:41 PM

views 40

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্রকাশ

বিজেপিয়ে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৯ গৰাকী প্ৰাৰ্থীৰ চতুৰ্থখন তালিকা প্রকাশ কৰিছে। দলে দিল্লী কেণ্টনমেণ্ট আসনৰ পৰা ভুৱন টানৱাৰক প্ৰাৰ্থিত্ব দিছে। অনিল ৱশিষ্ঠক বাবৰপুৰ আসনৰ পৰা আৰু শিখা ৰায়ক গ্ৰেটাৰ কৈলাশ আসনৰ পৰা দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। কংগ্ৰেছ দলেও আজি ইয়াৰ ৪ৰ্থখন প্ৰাৰ্থী তালিকা ...

January 16, 2025 8:40 PM

views 22

আন্তঃৰাষ্ট্ৰীয় কর্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনা সন্দৰ্ভত শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আলোকপাত

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আন্তঃৰাষ্ট্ৰীয় কর্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে। এই ক্ষেত্ৰত তেওঁ দক্ষতা আৰু মানৰ উমৈহতীয়া স্বীকৃতিৰ দৰে পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে। নিয়োগৰ ভৱিষ্যৎ সন্দৰ্ভত নতুন দিল্লীত আজি আয়োজিত এখন সন্মিলনত ভাষণ প্ৰসংগত তেওঁ প্ৰমাণপত্ৰত...

January 16, 2025 8:38 PM

views 31

শ্ৰীলংকাৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত-শ্ৰীলংকাৰ চুক্তি স্বাক্ষৰ

ভাৰত আৰু শ্ৰীলংকাই দ্বীপ ৰাষ্ট্ৰখনৰ বাগিচা অঞ্চলসমূহত ৬০টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে দ্বীপ ৰাষ্ট্ৰখনত পাঁচ হাজাৰ ৮০ লাখ শ্ৰীলংকাৰ মুদ্ৰা প্ৰদান কৰিব। ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা আৰু শ্ৰীলংকাৰ বাগিচা মন্ত্ৰ্যালয়ৰ স...

January 16, 2025 8:37 PM

views 25

জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, যে জনসাধাৰণৰ বাবে পথ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। INDIAN ROADS@ 2030 : THE SAFE SPACE শীর্ষক পথ সুৰক্ষা বিষয়ক দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ প্ৰায় ৬...

January 16, 2025 8:08 PM

views 22

জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ এছেম্বেলিং এণ্ড টেষ্টিং প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ এছেম্বেলিং এণ্ড টেষ্টিং প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। মুখ্যমন্ত্রী ড০ শর্মাই কেবিনেট মন্ত্ৰী, মুখ্য সচিবসহ ৰাজ্য প্ৰশাসনৰ সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকলক লৈ প্ৰকল্প নির্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কাৰ্যবা...

January 16, 2025 8:06 PM

views 47

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰীৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত আজি ...