January 22, 2025 3:06 PM

views 45

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাত এখন ট্রাক পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাত কমেও ১০জন লোকৰ মৃত্যু

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাৰ য়েল্লাপুৰৰ আৰাবেইল ঘাটৰ সমীপত আজি এখন ট্রাক পথৰ কাষৰ দ' খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৬ জন আহত হয়। হাভেৰী জিলাৰ চাভানুৰৰ পৰা কুমটাৰ সাপ্তাহিক পাচলি বজাৰলৈ সামগ্ৰী পৰিবহন কৰি থকা অৱস্থাত এই দুর্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে ...

January 22, 2025 3:02 PM

views 37

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ বিভিন্ন অংশত দলৰ হকে প্ৰচাৰ চলাব। ৰাহুল গান্ধীয়ে আজি বিয়লি সদৰ বজাৰ বিধানসভা সমষ্টিত ইন্দলোক এলেকাত এখন জনসভাত ভাষণ দিব। ইপি...

January 22, 2025 2:57 PM

views 70

বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ

বেটি বচাও বেটি পঢ়াও অভিযান ৰূপান্তৰকামী তথা জনসাধাৰণ পৰিচালিত আন্দোলনত পৰিগণিত হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই অভিযানত ভাগ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বেটি বচাও বেটি পঢ়াও অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে মত প্রকাশ কৰি শ্ৰী মোদীয়ে আজি কয় যে...

January 22, 2025 12:36 PM

views 32

অসমত ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদনৰ লক্ষ্যঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ৩ হাজাৰ মেগাৱাট নিকা শক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ কালি অন্তিম দিনা ছিউলত দেশখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টার্ট আপ মন্ত্ৰী ইয়ং জুক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণ ...

January 22, 2025 12:34 PM

views 24

বেংগালুৰুত বিনিয়োগকাৰী সন্মিলনত মন্ত্ৰী অশোক সিংহলৰ অংশগ্ৰহণ, এডভাণ্টেজ আছামলৈ ব্যৱসায়ীসকলক আমন্ত্ৰণ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি বেংগালুৰুত এখন বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে শীৰ্ষ ব্যৱসায়ীসকলক আমন্ত্রণ জনায়। এই সন্মিলনত মন্ত্রী সিংহলে ২০০তকৈও অধিক বিনিয়োগকাৰী, ব্যৱসায়িক নেত...

January 22, 2025 12:33 PM

views 17

দ্বীপৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অৱ মাইক্ৰ’নেছিয়া ভ্ৰমণ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

পশ্চিম প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অব্ মাইক্ৰ’নেছিয়া চমুকৈ এফ এছ এম ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গণৰাজ্যখনৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা অভ্যর্থনাত অংশ লৈ অসমৰ বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ বিষয়ে উল্লেখ কৰে। কেন্দ্ৰীয় হস্ততাঁত বস্ত্র দপ্তৰৰ...

January 22, 2025 12:31 PM

views 23

ৰাজ্যৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি

অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবে আজি ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে আজি বিয়লি দিছপুৰ...

January 22, 2025 12:30 PM

views 19

দক্ষিণ শালমাৰা মানকাচৰত ৩ কোটি টকা মূল্যৰ মাদক দ্রব্যসহ মহিলাক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সোণাপুৰৰ বেকাৰডোবাত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। যোৱানিশা গাঁওখনৰ নুৰ ইছলাম নামৰ লোকজনৰ ঘৰত চলোৱা অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে।

January 22, 2025 12:29 PM

views 26

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন, ৫,৩৬০খন বিদ্যালয়ৰ ৪.৭৪ লাখ শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ ৫ হাজাৰ ৩৬০ খন বিদ্যালয়ৰ ৪ লাখ ৭৪ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ...

January 22, 2025 12:27 PM

views 22

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱৰ সত্ৰীয়া সংস্কৃতি পৰিৱেশন

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত অসমৰ কেইবাগৰাকীও সত্ৰাধিকাৰ আৰু ভকত-বৈষ্ণৱে সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত যোৱা ৩০ জনীয়া বৈষ্ণৱ সাংস্কৃতিক দলটোৱে প্ৰয়াগৰাজৰ প্ৰাগজ্যোতিষ ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰৰ গুৰু আসনত ম...