যোৰহাট জিলাৰ যোৰহাট বিধানসভা সমষ্টি আৰু টিয়ক বিধানসভা সমষ্টিত আজি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই এই কেন্দ্রকেইটা মুকলি কৰে। এই কেন্দ্রসমূহে শিশুসকলক ভবিশ্যতে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অবদান আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | October 28, 2025 8:14 PM | anganwadi kendra
যোৰহাট আৰু টিয়ক বিধানসভা সমষ্টিত কেইবাটাও অংগনবাড়ী কেন্দ্ৰ মুকলি