April 13, 2025 12:17 PM

views 44

২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ এ আই চি টি ইৰ পদক্ষেপ

সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা চমুকৈ এ আই চি টি ই-য়ে ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্রিক ডিপ্ল’মা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি ১২টা ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্রহণ কৰিছে। অসমীয়া ভাষাৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, প...

April 13, 2025 12:13 PM

views 36

বুথ পৰ্যায়ৰ বিষয়া বি এল অ’ সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ

ৰাজ্যিক নির্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ' সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিছে। ৰাজ্যিক নির্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নির্বাচন হ'বলগীয়া ২৭ খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। জিলা আয়ুক্তসকলক ভোট গ্রহণব দায়ি...

April 13, 2025 12:09 PM

views 39

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীৰ জয়লাভ

পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্রার্থীয়ে জয়লাভ কৰিছে। কামৰূপ নির্বাচনী জিলাৰ অন্তৰ্গত ২৪খন জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪ খন জিলা পৰিষদত মুঠ ৬১ গৰাকী প্রার্থীয়ে মনোনয়ন দ...

April 13, 2025 12:04 PM

views 71

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাত নক্সালবাদীৰে সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ

ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাৰ জৰাইকেলা থানা এলেকাত কালি চলোৱা তালাচী অভিযানৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ হয় আৰু কোৱা বেটেলিয়নৰ এজন জোৱানো গুৰুতৰভাৱে আহত হয়। আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি কৈছে যে, অভিযানৰ সময়ত আই ই ডি বিস্ফো...

April 13, 2025 11:58 AM

views 36

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

কেন্দ্ৰীয় চৰকাৰে অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন বিচাৰিছে। যোৱা ১৫ মাৰ্চত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩১ জুলাই পর্যন্ত এই প্রক্রিয়া খোলা থাকিব। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তেহে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যা...

April 13, 2025 11:54 AM

views 26

ঝাৰখণ্ডৰ আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত কাৰিকৰী বিজুতি

ঝাৰখণ্ডৰ গোড্ডাত অৱস্থিত আদানী বিদ্যুৎ শক্তি প্ৰকল্পৰ দিটা গোটত হোৱা কাৰিকৰী বিজুতিৰ পৰিণতিত বাংলাদেশত বিদ্যুতৰ সমস্যাই দেখা দিছে। বাংলাদেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰকল্পটোৰ প্ৰথমটো গোট বিজুলী উৎপাদন পহিলা এপ্ৰিলত বন্ধ কৰি দিয়া হৈছিল আৰু দ্বিতীয়টো গোটৰ পৰা প্ৰায় ৬৫০-৭০০ মেগাৱাট বিদ্যুৎ ...

April 13, 2025 11:50 AM

views 72

ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৱেভছ শীর্ষ সন্মিলন ২০২৫ৰ অংশ হিচাপে অনুষ্ঠিত থীম সংগীত প্রতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৱেভছ শীৰ্ষ সন্মিলনৰ ৩২টা প্ৰত্যাহ্বানৰ অংশ হিচাপে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। সমগ্ৰ দেশৰ ১০০ৰো অধিক প্ৰতিযোগীৰ মাজৰ পৰা ছগৰাকীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে।

April 13, 2025 11:46 AM

views 22

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু ঋষভ যাদৱে আমেৰিকাৰ ফ্ল'ৰিডাত চলি থকা আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ত কম্পাউণ্ড শাখাৰ মিক্সড দলীয় শিতানত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে যোৱা নিশা ৰোমাঞ্চকৰ ফাইনেলত চীনা টাইপেইৰ হুৱাং জাউ আৰু চেন চীহ লুনৰ যুটীটোক ১৫৩-১৫১ পইণ্টত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। কম্প...

April 13, 2025 11:41 AM

views 43

আই পি এলঃ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত পাঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ হৈ অভিষেক শর্মাই ৫৫ টা বলত ১৪টা বাউণ্ডেৰী আৰু ১০টা ছিক্সাৰৰ সহায়ত ১৪১ ৰান কৰে। এই প্ৰদৰ্শনৰ সুবাদতে অভিষেক আই পি এল ক...

April 13, 2025 11:34 AM

views 49

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে কালি মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত এই সমজিলাকেইখন গঠন কৰা হ'ব। অসম মন্ত্রীসভাৰ কালি দিশপুৰত অনুষ্ঠিত বৈঠকৰ পা...