April 13, 2025 11:19 AM

views 24

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সুৰক্ষিত ৰখা বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা উচিত বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিছে। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু ন্যায়াধীশ মহাদেৱনৰ এখন বিচাৰপীঠে কালি এটা ৰায় যোগে এই বুলি স্পষ্ট কৰি দিয়ে যে, সিদ্ধান্ত লোৱাত পলম হ'লে তাৰ বৈধ কা...

April 13, 2025 11:15 AM

views 36

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা

অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ জনসাধাৰণে গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। গৰু বিহুৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্রয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হৈছে। পৰহিলৈ অসমীয়া...

April 12, 2025 9:36 PM

views 70

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বছৰজোৰা কাৰ্যসূচী ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

 ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ বিষয়েও আজি মন্ত্রীসভাত সিদ্ধান্ত গ্রহণ কৰা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ সিদ্ধান্ত লৈছে। এই অনুষ্ঠানৰ প...

April 12, 2025 9:34 PM

views 32

ৰাজ্যত নতুনকৈ ১০খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্ৰীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই নতুনকৈ ১০ খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙামাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈ এই সমজিলাকেইখন গঠন কৰা হ'ব। অসম মন্ত্ৰীসভাৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যম...

April 12, 2025 9:11 PM

views 47

পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ আজি পৰীক্ষণ, প্রার্থিত্ব প্ৰত্যাহাৰ অন্তিম দিন ১৭ এপ্ৰিল

পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্ত পৰাৰ পাছত আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪টা জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ ২৪টা জিলা পৰিষদ সমষ্টিত মুঠ ৬১ গৰা...

April 12, 2025 8:59 PM

views 38

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলৰ হৈ প্ৰচাৰ চলাবলৈ বিজেপিয়ে ৪০ জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। দলটোৱে প্ৰকাশ কৰা তাৰকা নিৰ্বাচনী প্ৰচাৰকসকলৰ নাম হ'ল- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্...

April 12, 2025 8:54 PM

views 17

নগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপত্ৰ থকা আগ্নেয়াস্ত্রসমূহ জমা দিয়াৰ নিৰ্দেশ

নগাঁও জিলাত দ্বিতীয় পর্যায়ত তথা অহা ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাখনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা সকলো লোককে আগ্নেয়াস্ত্রসমূহ জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। নগাঁও জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে অনুজ্ঞাপত্ৰসহ আগ্নেয়াস্ত্রসমূহ সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ...

April 12, 2025 8:53 PM

views 26

গুৱাহাটীৰ উজানবজাৰৰ জল পৰিবহণ প্ৰকল্পত ৩০৬.৯ কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্রকল্প স্থাপন

উত্তৰ-পূব সীমান্ত ৰে’লৱে পাৰিপাৰ্শ্বিক সমতা অক্ষুণ্ণ ৰখাৰ লগতে নৱীকৰণযোগ্য শক্তি আহৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটীৰ উজানবজাৰৰ জল পৰিবহণ প্ৰকল্পত ৩০৬.৯ কিলোৱাট পিক শক্তিসম্পন্ন সৌৰশক্তি প্রকল্প স্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্রীবাস্তৱৰ নেতৃত্বত এই প্ৰকল...

April 12, 2025 8:51 PM

views 21

গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠক

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ-এছ টেকৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পৰিষদৰ ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে বিতংকৈ আলোচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হয়। এই সভাত তৃণমূল...

April 12, 2025 8:49 PM

views 37

কোকৰাঝাৰৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত আজিৰ পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিআৰৰ পৰ্যটন বিভাগে আজি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পৌৰ বোৰ্ডৰ অধ্যক্ষ প্রতিভা ব্ৰহ্মই এই প্রতিযোগিতাৰ শুভ...