April 13, 2025 8:05 PM

views 45

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ কাইলৈ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজু...

April 13, 2025 8:01 PM

views 55

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত

ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত সম্পূৰ্ণৰূপে কাৰ্যক্ৰম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুছেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খ...

April 13, 2025 7:58 PM

views 19

ফিল্ম ফৰেণচিক সন্দৰ্ভত ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয়ৰ নতুন দিল্লীত সন্মিলনৰ আয়োজন

ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয় এন এফ এছ ইউয়ে নতুন দিল্লীত আজি ফিল্ম ফৰেণচিক সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ফৰেণচিক বিশেষজ্ঞ, চিত্র নির্মাতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা তথা সহযোগিতাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা। অপৰাধমূলক সমস্যা সমাধান আৰু বিজ্ঞানসন্মত পদ্ধতি সম্পর্...

April 13, 2025 7:53 PM

views 40

মধ্য ম্যানমাৰত পুৱাৰ ভাগত ৫.৫ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰনি

মধ্য ম্যানমাৰত আজি পুৱাৰ ভাগত হোৱা ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান আৰু জল বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মান্দালায়ৰ পৰা প্ৰায় চাৰে ১৪ কিলোমিটাৰ দূৰত্বৰ উত্তৰ- ৰ-পূবৰ ওৱাণ্ডউইন চহৰ। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে স্থানীয় সময় মতে পুৱা প্ৰায় ১১ বজাত দেশখনৰ ম...

April 13, 2025 7:37 PM

views 48

শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত

শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। শিলচৰৰ বেঙ্গো নতুন ৰোড পইণ্টত আজি মুছলমান সম্প্ৰদায়ৰ বহু লোকে সমদল উলিয়াই এই আইনৰ বিৰোধিতা কৰে। এই প্রতিবাদ সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদীসকলে এইক্ষেত্ৰত আগতীয়াকৈ কোনোধৰণৰ অনুমতি লোৱা নাই আৰু ঠাইখনৰ শান্তি শৃ...

April 13, 2025 7:31 PM

views 42

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰ্যটন বিভাগে কালি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্ল...

April 13, 2025 7:26 PM

views 60

অসম গণ পৰিষদ দলৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ

অসম গণ পৰিষদ দলে আজি গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰকাশ কৰে। দলটোৱে পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উল্লেখ কৰে। এই নিৰ...

April 13, 2025 7:21 PM

views 50

২ আৰু ৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি

অহা ২ আৰু ৭ মে'ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। নগাওঁ জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি জিলাখনৰ নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় দুখনত স্থাপন হবলগীয়া ষ্ট্ৰং ৰূম ...

April 13, 2025 6:45 PM

views 29

তানজানিয়াত আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী

তানজানিয়াত আজিৰে পৰা হবলগীয়া আফ্রিকা-ইণ্ডিয়া কী মেৰিটাইম এনগেজমেন্ট চমুকৈ এ আই কি মি শীর্ষক বহুপাক্ষিক অনুশীলন কাৰ্যসূচী প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে উদ্বোধন কৰিব। এই অনুশীলনত অংশ ল'বলৈ ভাৰতীয় মহাসাগৰ জাহাজ আই অ' এছ সাগৰ হিচাপে নামকৰণ কৰা আই এন এছ সুনেইনা কালি তাঞ্জিনিয়ানৰ ডাৰ ইছ ছালাম ব...

April 13, 2025 6:36 PM

views 30

দুধনৈত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্ৰহণ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে। দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ...