April 14, 2025 2:49 PM

views 26

পাব্লিক স্পীকত নিশা ৯-৩০ বজাত গ্রীষ্ম প্রবাহৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত গ্রীষ্ম প্রবাহৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড০ আৰ কে জেনামানী আৰু লেডী হাৰ্ডিন চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড০ অনুপম প্রকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰ...

April 14, 2025 2:44 PM

views 33

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত ৬.৩ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

দ্বীপ ৰাষ্ট্র ফিজিৰ দক্ষিণ অংশত আজি পুৱা ৬.৩ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ ১০ কিলোমিটাৰ তলত আছিল। ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাতৰি এই পৰ্যন্ত অহা নাই। ভূমিকম্পৰ পাচত ছুনামিৰ সতর্কতাও জাৰি কৰা...

April 14, 2025 2:41 PM

views 27

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাৰিয়ানাৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন

এদিনীয়া ভ্রমণসূচীৰে হাৰিয়ানা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমান বন্দৰৰ ২ নম্বৰ টার্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। হিছাৰত ৪১০ কোটিৰো অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ...

April 14, 2025 2:35 PM

views 23

ড০ বি আৰ আম্বেদকাৰৰ জন্ম দিৱসত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বি আৰ আম্বেদকাৰৰ জন্ম দিৱসত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ আম্বেদকাৰৰ প্ৰেৰণাৰ বাবে দেশখনে সামাজিক ন্যায়ৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নিষ্ঠাৱানভাৱে নিয়োজিত হৈছে। তেওঁ লগতে আম্বেদকাৰৰ নীতি আৰু আদৰ্শই স্বাৱলম্বী তথা উন্নত ভাৰতৰ...

April 14, 2025 10:57 AM

views 39

আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন

ভাৰতে আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্যায়ৰ পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰিছে। কানি আমেৰিকাত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ ধীৰাজ বোম্মাদেৱাবা, তবশদীপ ৰায় আৰু অতনু দাস চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ১-৫ৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাখনত এয়া ভাৰতৰ তৃতীয়টো পদক আৰু আজি বিয়লি অনুষ্ঠিত হ'ব...

April 14, 2025 10:52 AM

views 68

ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিনসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই-ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিহু উপ...

April 14, 2025 10:40 AM

views 40

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রীৰে ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থি...

April 14, 2025 10:34 AM

views 19

ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে’লগাড়ী লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ দ্বাৰা মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ আৰু ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি পতাকা জোকাৰি ড০ আম্বেদকাৰ নগৰ-কোটা-নতুন দিল্লী এক্সপ্ৰেছ ৰে'লগাড়ীখন মুকলি কৰে। এই অনুষ্ঠানৰ বাবে অধ্যক্ষ শ্রীবিৰলই কোটাত উপস্থিত হোৱাৰ লগতে মুখ্যমন্ত্রী ড০ যাদৱ তথা ৰেলমন্ত্রী শ্রীবৈষ্ণৱে নতুন দিল্...

April 14, 2025 10:28 AM

views 19

সমগ্ৰ দেশতে সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী পালন

আজি সংবিধান প্রণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জয়ন্তী। এই উপলক্ষে দেশবাসীলৈ প্ৰেৰণ কৰা এটা শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে যথেষ্ট বিপর্যয়ৰ মাজতো বাবা চাহেব আম্বেদকাৰে এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱাৰ লগতে তেওঁৰ ব্যতিক্রমী সফলতাৰ বাবে বিশ্বজুৰি সন্মান লাভ কৰ...

April 13, 2025 8:08 PM

views 41

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্রশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ পাছৰে পৰা ভাৰতৰ সমবায় খণ্ডত হোৱা উল্লেখনীয় পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্রশংসা কৰে। ভূপালত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ সমবায় সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰাম্য উন্নয়...