April 25, 2025 7:21 PM

views 36

পশ্চিম কাৰ্বি আংলঙত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠকত

পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি ডংকামোকাম, খেৰনি আৰু হামৰেনৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া কেইগৰাকীৰ সৈতে জিলাখনত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ল'ব পৰা ব্যৱস্থা সন্দৰ্ভত বিষয়া কেইগৰাকীৰ ...

April 25, 2025 6:54 PM

views 49

‘প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি’ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ...

April 25, 2025 6:52 PM

views 41

অসমৰ ৩ গৰাকী নতুন উদ্যমীক লৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২মিনিটত এটা বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

কোনো এবিধ সামগ্রী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়েই কাইলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান ...

April 25, 2025 6:46 PM

views 41

বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্রান্তীয় বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাই...

April 25, 2025 6:42 PM

views 33

ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীত ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ সহযোগত আৰু ইণ্ডিয়ান ৰোডছ কংগ্ৰেছৰ উদ্যোগত আজিৰেপৰা দুদিনীয়াকৈ গুৱাহাটীত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত আই আই টিৰ অধ্যাপক, বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰযুক্তিবিদসকলৰ লগতে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ...

April 25, 2025 6:25 PM

views 58

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ তাৰকা প্ৰচাৰক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰী সোণোৱালে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত সঠিক সিদ্ধান্ত ল...

April 25, 2025 12:22 PM

views 27

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ ভিছা বাতিল ভাৰতৰ

জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰণৰ পাছত ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানী নাগৰিকৰ বাবে প্ৰদান কৰা ভিছা বাতিল কৰিছে। চলিত মাহৰ ২৭ তাৰিখৰ পৰা পাকিস্তানী নাগৰিকৰ বাবে ভাৰতে ইতিপূৰ্বে প্ৰদান কৰা ভিছাসমূহৰ বৈধতা নাথাকিব। চিকিৎ‍সাজনিত কাৰণত চুবুৰীয়া দেশখনৰ নাগৰিকৰ প্ৰতি ভাৰতে আগবঢ়োৱ...

April 25, 2025 12:20 PM

views 36

পহলগামৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অধিক অৱনতি নহ’বৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ভাৰত-পাকিস্তানক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ আহ্বান

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অঞ্চলটোত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। পহলগামৰ আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ গৰিহণা দি সচিব প্ৰধানৰ মুখপাত্র...

April 25, 2025 12:18 PM

views 18

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ইজৰাইল-জাপান-ইটালীৰ প্ৰধানমন্ত্ৰী, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু জৰ্দানৰ ৰজাৰ তীব্ৰ গৰিহণা

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহু, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ', ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানি আৰু জৰ্দানৰ ৰজা আবুল্লা দ্বিতীয়ই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপত পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে। প্রধানমন্...

April 25, 2025 12:16 PM

views 16

ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক গ্ৰেপ্তাৰ

ৰাজস্থানৰ কংগ্ৰেছ নেতা তথা প্রাক্তন কেবিনেট মন্ত্রী মহেশ যোশীক কালি সন্ধিয়া বিধি বলৱৎকাৰী সঞ্চালকালয়ে জলজীৱন মিছন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। জয়পুৰত থকা সঞ্চালকালয়ৰ কাৰ্যালয়ত এই সন্দৰ্ভত শ্রী যোশীক সোধা-পোছা কৰা হয়। ইয়াৰ পূৰ্বে সঞ্চালকালয়ে কেইবাখনো চমন জাৰি কৰিছিল যদিও ব্যক্...