April 26, 2025 7:23 PM

views 36

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা ওৰফে দধীচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একেদৰে শ্ৰীভূমি জি...

April 26, 2025 7:19 PM

views 51

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থান...

April 26, 2025 7:15 PM

views 54

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নিৰ্দেশনা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীয়ে গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম...

April 26, 2025 7:07 PM

views 52

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফৰ স্বীকাৰোক্তি, পাকিস্তানে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা মুহাম্মদ আছিফে স্বীকাৰ কৰিছে যে দেশখনে ৩ দশক ধৰি সন্ত্ৰাসবাদক সমৰ্থন কৰি আহিছে। ব্ৰিটেইনৰ এটা বাতৰি চেনেলত দিয়া সাক্ষাৎকাৰত মন্ত্ৰী আছিফে দাবী কৰে যে পশ্চিমৰ কেইখনমান দেশৰ প্ৰৰোচনাত পাকিস্তানে অশোভনীয় কামত প্ৰবৃত্ত হৈ আহিছে। ইছলামাবাদে সন্ত্রাসবাদীক পুঁজি যোগান...

April 26, 2025 7:05 PM

views 21

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী- দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডি...

April 26, 2025 7:03 PM

views 77

যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰেঃ মোদী

যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানপ্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয় যে দেশৰ যুৱ প্ৰজন্মই তেওঁলোকৰ কষ্ট আৰু উদ্ভানৰ জৰিয়তে বিশ্বক ভাৰতৰ সম্ভাৱনাৰ উমান দিছে। ভিডিঅ' কনফাৰেনছিঙৰ জৰিয়ত...

April 26, 2025 7:00 PM

views 44

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা

জম্মু কাশ্মীৰত যোৱা নিশা নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে কেইবাঠাইতো যুদ্ধ বিৰতি উলংঘা কৰে। কাশ্মীৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী বাহিনীয়ে গুলী বৰ্ষণ কৰে আৰু ভাৰতৰ সেনাই গুলীৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। জানিব পৰা মতে এই গুলীয়া গুলিৰ ঘটনাত ভাৰতৰ ফালৰ কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সেনাবাহ...

April 26, 2025 6:57 PM

views 54

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিক...

April 26, 2025 6:53 PM

views 27

ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত গ্ৰাউণ্ড পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, ডি আৰ ডি অ'য়ে এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ’ৰ হায়দাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত ...

April 26, 2025 6:43 PM

views 55

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে...