April 26, 2025 6:41 PM

views 57

বিশ্ব টেবুল টেনিছ কনটেনডাৰত মহিলাৰ ছিংগ’লছৰ প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াৰ চূড়ান্ত ৮ত প্ৰৱেশ

টিউনিছিয়াৰ টিউনিছত চলি থকা বিশ্ব টেবুল টেনিছ কনটেনডাৰ প্ৰতিযোগিতাত আজি ভাৰতৰ দিয়া চিটালেই ৩ খন কোৱাৰ্টাৰ ফাইনেল খেলিব। মহিলাৰ ছিংগ'লছত কালি প্রি কোৱাৰ্টাৰ ফাইনেলত মনিকা বাট্টাক পৰাস্ত কৰি দিয়াই চূড়ান্ত ৮ত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জাৰ্মানীৰ ছেবিন উইণ্টাৰৰ বিৰুদ্ধে খেলিব। মহিলাৰ ডাবলছৰ ক...

April 26, 2025 1:49 PM

views 22

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত সিন্ধু জল চুক্তিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীৰ বাসগৃহত পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে ততালিকে প্রযোজ্য হোৱাকৈ সিন্ধু জল চুক্তি বাতিল কৰিছে। কালিৰ বৈঠকত বৈদেশিক পৰিক্ৰমা ম...

April 26, 2025 1:48 PM

views 22

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকৰ প্ৰত্যাৱৰ্তন

ভাৰত ভ্ৰমণলৈ অহা ১৯১ গৰাকী পাকিস্তানী নাগৰিকে কালি পাঞ্জাবৰ অমৃতচৰৰ আট্টাৰি-ৱাঘা সংহত চকীয়েদি নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সুৰক্ষা সমিতিয়ে সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে এই লোকসকলে নিজ...

April 26, 2025 1:45 PM

views 22

পশ্চিম পাকিস্তানৰ বেলুচিস্তানত আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০জন লোক নিহত

পশ্চিম পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত কালি আই ই ডি বিস্ফোৰণত পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ ১০ জন লোক নিহত হয় বুলি বেলুচ লিবাৰেছন আর্মীয়ে দাবী কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বাহনখন কোৱেট্টাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ মাৰ্গট চৌকৰ পথৰ দাঁতিত সংস্...

April 26, 2025 1:44 PM

views 12

হায়দৰাবাদত ডি আৰ ডি অ’ৰ ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTORৰ গ্রাউণ্ড পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ') এহেজাৰ ছেকেণ্ডতকৈ অধিক সময় ধৰি ACTIVE COOLED SCRAMJET SUBSCALE COMBUSTOR গ্রাউণ্ড পৰীক্ষণ সম্পন্ন কৰি SCRAMJET ইঞ্জিন বিকাশৰ দিশত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। ডি আৰ ডি অ'ৰ হায়দৰাবাদৰ গৱেষণাগাৰত নতুনকৈ নিৰ্মাণ কৰা SCRAMJET সংযোগ পৰীক্ষণ কেন্দ্ৰত ...

April 26, 2025 1:42 PM

views 18

পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৰ

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুয়ে কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সৈতে পূর্ণ সহযোগিতাৰ কথা প্ৰকাশ কৰে। এই আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দি শ্ৰী নাইডুৱে এয়া কাপুৰুষৰ কাৰ্য বুলি অভিহিত কৰে। দেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে...

April 26, 2025 1:39 PM

views 14

জম্মু-কাশ্মীৰৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০গৰাকী যাত্ৰী সুকলমে ঘৰলৈ উভতিছে

১৮৩গৰাকী যাত্ৰীয়ে দুখন বিশেষ বিমানৰ জৰিয়তে শ্ৰীনগৰৰ পৰা মুম্বাইলৈ সুকলমে ঘূৰি আহিছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। এই দুয়োখন বিমানৰ যাত্ৰা বিনামূলীয়া আছিল বুলিও মন্ত্রালয়ে প্রকাশ কৰে। তৃতীয়খন বিমানযোগে আৰু ২৩২গৰাকী যাত্ৰী সন্ধিয়াৰ ভাগলৈ মুম্বাইত উপস্থিত হৈছ...

April 26, 2025 1:22 PM

views 30

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ অভাৰ আৰু ৪ টা বলতেই ৫ টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। হায়দৰাবাদৰ হৈ ঈ...

April 26, 2025 12:33 PM

views 33

পথ-দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়ঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

পথ আৰু দলঙৰ আন্তঃগাঁথনিয়ে বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবেও বিকাশত অৰিহণা যোগায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় পথ কংগ্ৰেছে গুৱাহাটীত আয়োজন কৰা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰি এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে পথ আৰু দলঙৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰ...

April 26, 2025 12:34 PM

views 29

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰ প্ৰচাৰ অভিযান, বৰাকত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাকত নিৰ্বাচনী প্ৰচাৰ। কাছাৰ জিলাৰ উধাৰবন্দৰ হাতীচৰা চাহ বাগিচাতো মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই কালি ডিব্ৰুগড়ত পঞ্চ...