November 17, 2025 5:24 PM

views 71

ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলত ভাৰত ৯ উইকেটত জয়লাভ

ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত কালি অনুষ্ঠিত ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এ গ্ৰুপৰ মাজৰ খেলখনত ভাৰতে ৯ উইকেটত জয়লাভ কৰে। উভয় পক্ষৰ মাজত অনুষ্ঠিত দ্বিতীয়খন অনানুষ্ঠানিক এদিনীয়া খেলখনৰ ১৩৩ টা বল বাকী থকা অৱস্থাতে ভাৰতৰ দলটোৱে বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে টছত জিকি দক্ষিণ আফ্ৰিকাৰ এ দলে প্রথমে ব...

November 17, 2025 5:21 PM

views 98

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ...

November 17, 2025 5:20 PM

views 68

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত...

November 17, 2025 5:16 PM

views 58

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মু...

November 17, 2025 5:14 PM

views 42

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ আশংকা

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত কেইবাগৰাকীও ভাৰতীয় হজ যাত্ৰীয়ে প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ডেৰ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে বাছখনত কেইবাগৰাকীও ম...

November 17, 2025 1:37 PM

views 65

কুশল দালাল জিটি অ’পেন ইনড’ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী

ভাৰতৰ আৰ্চাৰী খেলুৱৈ কুশল দালাল লাজ্জেমবাৰ্গৰ স্থাচেনত অনুষ্ঠিত জিটি অ'পেন ইনড'ৰ বিশ্ব আৰ্চাৰী প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড শাখাত জয়ী হৈছে। কুশলে ডাবল খুটঅফত আমেৰিকাৰ ষ্টিফেন হানচেনক পৰাস্ত কৰি সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে ছেমি ফাইনেলত কুশলে বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ নিকোলাছ জেৰাৰ্ডক পৰাস্ত কৰি ফাইনে...

November 17, 2025 1:35 PM

views 55

ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব’ ২০২৫ আৰম্ভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব' ২০২৫ আৰম্ভ হ'ব। দুদিনীয়া এই প্রদর্শনীত প্ৰতিৰক্ষা বিভাগে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। ভাৰতীয় বায়ুসেনায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সূৰ্য কিৰণ এৰ'বেটিক টীম আৰু এল চি এ তেজস্বৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰিব। কেন্দ্ৰ...

November 17, 2025 1:34 PM

views 54

উত্তৰ প্ৰদেশৰ শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলৰ উদ্ধাৰৰ অভিযান অব্যাহত

উত্তৰ প্ৰদেশৰ সোণভদ্রা জিলাৰ এটা শিলৰ কুৱেৰীত আৱদ্ধ হৈ থকা শ্রমিকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। যোৱা শনিবাৰে বিয়লি শিলৰ কুৱেৰীটোত সংঘটিত ঘটনাটোত কৰ্মৰত অৱস্থাত এজন শ্রমিকৰ মৃত্যু হয়। কুৱেৰীটোত ১২ জনতকৈও অধিক শ্রমিক বর্তমানো আৱদ্ধ হৈ আছে আমাৰ সংবাদদাতাই জনাইছে। শিলৰ কুৱেৰীটোত খহি পৰা প্ৰকাণ্...

November 17, 2025 1:38 PM

views 68

ৰাজ্যপালক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ বিহাৰৰ মুখ্য নির্বাচনী বিষয়াৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দুদিন পাছত ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে পাটনাৰ ৰাজভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানক নবনির্বাচিত ২৪৩ জন প্রার্থীৰ তালিকা অর্পণ কৰে। এই তালিকাখনত এন ডি এৰ ২০২ জন, মহামিত্ৰজোঁটৰ ৩৪ জনৰ লগতে এ আই এম আই এম, ইন্ডিয়ান ইনক্লুশিভ পার্টি আৰু বহুজন...

November 17, 2025 1:28 PM

views 64

শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্রান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে...