November 20, 2025 12:11 PM

views 49

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে প্রথম স্থান লাভ

নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশিত তথ্য অনুসৰি নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্টীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্ক'ৰ লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক ...

November 19, 2025 9:59 PM

views 47

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ডিজিটেল ইণ্ডিয়া এক প্ৰকাৰৰ ৰূপান্তৰকাৰী উদ্যম আৰু এই উদ্যমে জনসাধাৰণৰ বাবে প্ৰযুক্তি সহজলভ্য কৰি তুলি অগণন সুযোগৰ দুৱাৰ মুকলি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পঞ্চম বার্ষিক সমাৱৰ্তন সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ...

November 19, 2025 9:57 PM

views 55

জে ডি ইউৰ নেতা নীতিশ কুমাৰে কাইলৈ দশম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰিব

জনতা দল ইউনাইটেডৰ মুৰববী নীতিশ কুমাৰ বিহাৰত এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। পাটনাত আজি অনুষ্ঠিত এন ডি এৰ পাঁচটা অংশীদাৰী দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ যৌথ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । এন ডি এই ৰাজ্যখনৰ ২৪৩জনীয়া বিধানসভাৰ বাবে অলপতে হোৱা নিৰ্বাচনত ২০২খন আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে পু...

November 19, 2025 9:55 PM

views 33

কুখ্যাত অপৰাধী অনমোল বিষ্ণইক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পনৰ পাছত ভাৰতলৈ ঘূৰাই অনা হয়

কুখ্যাত অপৰাধী অনমোল বিষ্ণইক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যৰ্পনৰ পাছত আজি ভাৰতলৈ ঘূৰাই অনা হয়। গেংষ্টাৰ লৰেঞ্চ বিষ্ণুইৰ ভাতৃ আৰু ঘনিষ্ঠ সহযোগী অনমোল বিষ্ণই ৰাষ্ট্ৰীয় তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা মতে আমেৰিকাত বাস কৰা বিষ্ণই ২০২২ চনৰ পৰা পলাতক অৱস্থাত আছিল। সম্প্ৰ...

November 19, 2025 9:49 PM

views 43

নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্রীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে সপ্তম প্রাক বাজেট আলোচনা

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেট সন্দৰ্ভত বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈ...

November 19, 2025 9:47 PM

views 53

গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ অৰুন্ধতী চৌধুৰী

ভাৰতৰ অৰুন্ধতী চৌধুৰীয়ে গ্ৰেটাৰ নয়দাত অনুষ্ঠিত বিশ্বকাপ বক্সিঙৰ মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত তিনিবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ লিঅ’নি আয়শ্বা মুলেৰক ৩-০ ফলাফলত পৰাস্ত কৰে। অৰুন্ধতীয়ে কাইলৈ ফাইনেলত উজবেকিস্তানৰ অজিজা জ’ক’ৰিভাৰ সন্মুখীন হ'ব। অ...

November 19, 2025 9:02 PM

views 48

গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান ছহিদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

November 19, 2025 8:57 PM

views 47

গুৱাহাটীৰ চানমাৰিত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীৰ গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ

অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেবাগৰাকীও ন-পুৰণি শিল্পীয়ে শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন ...

November 19, 2025 8:44 PM

views 42

ডিব্ৰুগড় জিলাৰ লাহোৱালত বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক

ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক আটক কৰে। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কুঁৱৰীপথাৰৰ পুলিন দাস নামৰ লোকজনৰ বাসগৃহৰ পৰা ৩ কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আৰক্ষীয়ে লগতে পুলিন দাসৰ পত্নীকো আটক কৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে ভাং সৰবৰাহৰ সৈতে জ...

November 19, 2025 8:42 PM

views 57

গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত

অহা ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাৰ অসম ক্রিকেট এছোছিয়েছনৰ খেলপথাৰত হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল দুটা গুৱাহাটীত উপস্থিত হয়। দুয়োটা দলকে বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ...