মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান ছহিদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত উদ্বোধন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | November 19, 2025 9:02 PM | cm boragaon
গুৱাহাটীৰ বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰ অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী