January 10, 2025 9:10 PM

views 16

ৰাঁছীৰ কাংকেত চিচিএলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় কয়লা মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি ৰাঁছীৰ কাংকেত চিচিএলৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। দুদিনীয়া সূচীৰে ঝাৰখণ্ড ভ্ৰমণলৈ যোৱা ৰেড্ডীৰ এই ভ্ৰমণৰ আজি শেষৰটো দিন। আধাৰশিলা স্থাপন অনুষ্ঠানত শ্ৰীৰেড্ডীয়ে কয় যে ২০০খন বিছনাযুক্ত হাস্পতালখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে, ই অঞ্চলট...

January 10, 2025 9:09 PM

views 32

দেশত ষ্টার্টআপ খণ্ডত বিগত ৯ বছৰত ১.৫ কোটি ষ্টার্ট আপ পঞ্জীয়ন

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগৰ সচিব অমৰদীপ সিং ভাটিয়াই আজি কয় যে দেশত ষ্টার্টআপ খণ্ডৰ দ্ৰুত বিকাশ হৈছে। বিগত ৯ বছৰত বিভাগৰ অধীনত ১ কোটি ৫ লাখ ষ্টার্ট আপ পঞ্জীয়ন হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত সচিবগৰাকীয়ে কয় যে ২০১৬ চনত ষ্টাৰ্ট আপ নীতি থকা মাত্র ৪খন ৰাজ্য আৰু কেন্দ্ৰীয...

January 10, 2025 9:08 PM

views 29

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল আজি মুকলি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেলটো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী যোগী আদিত্য নাথে কুম্ভবাণীয়ে জনপ্রিয়তাৰ নতুন শিখৰ লাভ কৰাই নহয়, বৰং অতি পিছপৰা গাঁওসমূহতো মহাকুম্ভৰ ভাৱনাক বি...

January 10, 2025 8:50 PM

views 21

কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠক; কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ

আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ আজি কাজিৰঙাত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত এহেজাৰ ৪০০ কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে অসম তথা দেশৰ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডৰ কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত পাণ্ডু জাহ...

January 10, 2025 8:44 PM

views 27

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰত প্ৰথম দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বি টি চি বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি এই সম্পৰ্কত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্তমন্ত্ৰী অজন্তা নেও...

January 10, 2025 8:42 PM

views 32

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি, ভিন্ন প্ৰান্তত ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত ৩টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকল মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ ব...

January 10, 2025 8:40 PM

views 24

বৰপেটাৰ জনিয়াত চৰ চাপৰি সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ

অসমৰ চৰ চাপৰিৰ সাহিত্য সভাৰ দ্বিতীয় দ্বিবার্ষিক অধিৱেশন আজিৰ পৰা তিনিদিনীয়াকৈ বৰপেটা জিলাৰ জনিয়াত অনুষ্ঠিত হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আজি গছপুলি ৰোপণ পৰম্পৰাগত খাদ্য আৰু লোক সংস্কৃতিৰ প্ৰদৰ্শনী উদ্বোধন, সর্বধর্ম প্রার্থনা আদি অনুষ্ঠিত হয়। তদুপৰি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যুৱ উদ্যোগীসকলৰ সম...

January 10, 2025 8:39 PM

views 21

গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ গণনা অনুসৰি দীপৰ বিলত আছে ১০৫টা প্ৰজাতিৰ ১২,২৪৫টা চৰাই

গুৱাহাটী মহানগৰীৰ সমীপৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা দীপৰ বিলত শেহতীয়া গণনা অনুসৰি ১০৫টা প্ৰজাতিৰ ১২ হাজাৰ ২৪৫ টা চৰাই থকাৰ সম্ভেদ পোৱা গৈছে। গুৱাহাটী বন্যপ্রাণী সংমণ্ডলে এছীয় জলজ চৰাই গণনা ২০২৫ৰ অধীনত কালি পুৱা দীপৰ বিলৰ ৰামচাৰ খণ্ডত চলোৱা এই গণনাত এই বিশালসংখ্যক জলজ চৰাইৰ উপস্থিতি ধৰা পৰে। দীপৰ বিলৰ জৈৱ ...

January 10, 2025 8:38 PM

views 17

দৰঙৰ মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভাত ৰূপায়ণ হৈ থকা আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৱে আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভা এলেকাত ৰূপায়ণ হৈ থকা কেইবাখনো আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে খাৰুপেটিয়াত আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নগৰীয়া জীৱিকা অভিযানৰ অধীনত গোটসম...

January 10, 2025 8:37 PM

views 25

মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাত আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত ভাৰতৰ

ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতে আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ২৩৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৪ অভাৰ ৩টা বলতে প্ৰতিকা ৰাৱাল আৰু তেজল হাছাবানিছৰ দুৰ্দান্ত বেটিঙৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত...