অসমৰ চৰ চাপৰিৰ সাহিত্য সভাৰ দ্বিতীয় দ্বিবার্ষিক অধিৱেশন আজিৰ পৰা তিনিদিনীয়াকৈ বৰপেটা জিলাৰ জনিয়াত অনুষ্ঠিত হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আজি গছপুলি ৰোপণ পৰম্পৰাগত খাদ্য আৰু লোক সংস্কৃতিৰ প্ৰদৰ্শনী উদ্বোধন, সর্বধর্ম প্রার্থনা আদি অনুষ্ঠিত হয়। তদুপৰি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যুৱ উদ্যোগীসকলৰ সমস্যা বিষয়ক এখন আলোচনাচক্রও অনুষ্ঠিত হয়।
Assamese | January 10, 2025 8:40 PM | barpeta char chapori sahitya sabha
বৰপেটাৰ জনিয়াত চৰ চাপৰি সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ