January 29, 2025 1:12 PM

views 64

অসম আৰক্ষীৰ বিশেষ অভিযানত প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ

অসম আৰক্ষীয়ে যোৱানিশা বিশেষ অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা ৭৪৫ গ্রাম হেৰ'ইন জব্দ কৰে আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে, নগাঁও আৰক্ষীয়ে ...

January 29, 2025 1:11 PM

views 34

জি পি সিঙক আনুষ্ঠানিকভাৱে ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ বিদায় সম্ভাষণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্রধান জি পি সিঙক কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। শ্রী আচার্যই সঞ্চালকপ্ৰধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে ৰাজভৱনত আ...

January 29, 2025 12:59 PM

views 50

আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

গুৱাহাটী ক্রীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহত অনুষ্ঠিত হ'ব। আজি গুৱাহাটীৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ খেলপথাৰত এই প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী খেলখনত এফ চি গ্রীণ ভেলী অসম পুলিচৰ ...

January 29, 2025 12:57 PM

views 48

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি পৰে। অন্তিম দিনৰ কাৰ্যসূচীত তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰা অসমৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰাত আছুৰ...

January 29, 2025 12:55 PM

views 60

ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল কাইলৈ প্ৰয়াগৰাজলৈ ৰাওনা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা দেশৰ অন্যতম ধর্মীয় মহোৎসৱ মহাকুম্ভ মেলালৈ কাইলৈ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল ৰাওনা হ'ব। দলটোৱে কুম্ভমেলাত মাজুলী সত্ৰীয়া পৰিবেশ আৰু সত্ৰিয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংক...

January 29, 2025 1:14 PM

views 57

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনত বৰ্ণাঢ্য সাংস্কৃতিক শো...

January 29, 2025 12:51 PM

views 42

গুৱাহাটী ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত ৫২টি শিশুক উদ্ধাৰ

গুৱাহাটী ৰে'ল সুৰক্ষা বাহিনীয়ে যোৱা বছৰটোত অভিযান চলাই ৫২টি শিশুক সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা কৰাৰ উপৰি তেওঁলোকক অভিভাৱক নাইবা স্বেচ্ছাসেৱী সংস্থাক গতাই দিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰে। যোৱা বছৰটোত বাহিনীটোৱে আঢ়ৈ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰৱ্য ৰেল ষ্টেচন পৰিসৰ আৰু ৰে...

January 29, 2025 12:49 PM

views 73

কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ সন্মান

অসম সাহিত্য সভাই ৰাজ্যৰ ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সদস্য মহিয়ান, সাহিত্যচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ নাম ঘোষণা কৰিছে। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° উপেন্দ্রনাথ শর্মাই প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ সদস্য ম...

January 29, 2025 12:46 PM

views 62

উমৰাংছ’ৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ'ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত কালি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত...

January 29, 2025 12:45 PM

views 47

জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ অভিনৱ পদ্ধতি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গৱেষকৰ এটা দলে জীৱিত কোষ আৰু পৰিৱেশত থকা ক্ষতিকাৰক ধাতুসমূহ চিনাক্তকৰণৰ এটা অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে। পদার্থ বিজ্ঞানৰ গৱেষক-অধ্যাপক সৈকত ভৌমিকৰ নেতৃত্বত মানৱ কোষত থকা পাৰাৰ দৰে বিষাক্ত ধাতু চিনাক্তকৰণৰ লগতে জৈৱিক ব্যৱস্থাত ধাতুজনিত বিষক্রিয়া ধৰা পেলোৱ...