ভাৰতে ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণি যোৱা বছৰৰ ৩১ ডিচেম্বৰত জমা দিয়া হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে কালি এখন সংবাদমেলত ভাৰতৰ সময়ানুৱৰ্তী বৰঙণিৰ প্ৰশংসা কৰে।
Assamese | February 4, 2025 6:56 PM | UN Indian Fund
ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ভাৰতৰ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰ বৰঙণি