শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যপালৰ অনুমোদন মর্মে জাৰি কৰা অধিসূচনা অনুসৰি ৩ অক্টোবৰত শিলচৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো চৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব।
Assamese | September 23, 2026 7:43 PM | silchar election
৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ