মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগীতাত আজি বদোদৰাৰ বিচিএ ষ্টেডিয়াম কোটাম্বিত এখন লীগ মেচত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা খেলখন আৰম্ভ হোৱাৰ কথা। এইবাৰৰ মহিলা প্রিমিয়াৰ লীগ দুখন চহৰৰ ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ নৱী মুম্বাই লীগ সম্পূৰ্ণ হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ খেলসমূহ গুজৰাটলৈ স্থানান্তৰিত কৰা হৈছে।
Assamese | January 22, 2026 11:27 AM | Akashvani | Cricket | SPORTS | Women premier legue
মহিলা প্রিমিয়াৰ লীগত গুজৰাট জায়েন্টছ ইউ পি ৱাৰিয়ৰ্জৰ মুখামুখি হ’ব