মণিপুৰৰ টুইবং আৰু লাম্কা খণ্ডত কালি সম্পূর্ণতা অভিযান আৰম্ভ হৈছে। আৰম্ভণিৰ কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন বিভাগে স্বাস্থ্যখণ্ডৰ বিভিন্ন বিষয় বিশেষকৈ গৰ্ভৱতী মহিলা, আই চি ডি এছৰ অধীনত গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্য, কৃষি, সামাজিক কল্যাণ বিভাগৰ অধীনৰ আত্মসহায়ক গোটৰ লগতে শিক্ষাখণ্ডৰ বিভিন্ন বিষয়ৰ অগ্ৰগতিৰ প্ৰতিবেদন প্রস্তুত কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সম্পূর্ণতা অভিযানৰ ৰেলীৰো আয়োজন কৰা হয়।
Assamese | July 6, 2024 12:20 PM | Manipur Sampurnata Abhiyan
মণিপুৰৰ টুইবং আৰু লাম্কা খণ্ডত সম্পূর্ণতা অভিযান আৰম্ভ