প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কর্ণাটকৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে’লগাড়ীকেইখন হল বেংগালুৰু-বেলাগাৱি, মাতা বৈষ্ণোদেৱী কাটৰা –অমৃতচৰ আৰু নাগপুৰ পুণে বন্দে ভাৰত ৰে’লগাড়ী। আজিৰ দিনটোতে প্রধানমন্ত্রীয়ে বোম্মানাহালিৰ সৈতে ইলেকট্রনিক ছিটিক সংযোগ কৰা য়েলো লাইন মেট্ৰ’ সেৱা মুকলি কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত দুটা কৰিডৰেৰে সমৃদ্ধ হ’বলগীয়া নাম্মা মেট্ৰ’ সেৱাৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব।
Assamese | August 10, 2025 7:12 PM | PM Modi inaugurated 3 Vande Bharat train at Karnatak K S R Train
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কর্ণাটকৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে