ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ ছান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্রহণ কৰিব।

আদালতে কাইলৈ বিষ্ণু শর্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল’ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা-পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

অহা ৩ জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব।