দুৰ্গা পূজাৰ সময়ছোৱাত যোৱা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০৫ জন আহত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত পথ দুৰ্ঘটনাত আহত ১১৪জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰে ৯জনৰ মৃত্যু হয়।
Assamese | October 22, 2026 6:36 PM | Akashvani Guwahati | Akashvani News | Durga Puja 2026 | Road Accident
দুৰ্গা পূজাৰ সময়ছোৱাত গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত ৯জন লোকৰ মৃত্যুৰ লগতে ১০৫ জন আহত