অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাহিত্য একাডেমী বঁটা বিজয়ী ড০ নগেন শইকীয়াৰ পত্নী লাৱণ্য শইকীয়াৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শইকীয়াৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্রকাশ কৰিছে।
Assamese | February 23, 2025 6:55 PM | Nagen Saikia
ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শইকীয়াৰ মৃত্যু