গৃহমন্ত্রী অমিত শ্বাহে আজি ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অমৰ ছহিদ উধম সিঙে জালিৱানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল’বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।
Assamese | December 26, 2025 6:45 PM | Akashvani | Akashvani News | Amit Shah | Udham singh
ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন গৃহমন্ত্রী অমিত শ্বাহৰ