গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱানিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা ১.৫০ লাখ টা য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৩৮ লাখ টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।
Assamese | August 13, 2026 12:00 PM | AIR GUWAHATI | Akashvani | Akashvani News | Anti Drugs | Assam Police
আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ