May 18, 2025 8:14 PM
111
আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত বিশেষ আলোচনা
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত যক্ষ্মা ৰোগৰ প্ৰতিকাৰ তথা প্ৰতিৰোধ সন্দৰ্ভত নতুন দিল্লীৰ চফৰদজং চিকিৎসালয়ৰ হাওঁফাওঁৰ ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰোহিত কুমাৰ আৰু সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ একে বিভাগৰ সহযোগী অধ্যাপক ডাঃ সৌৰভ মিট্টালৰ সৈতে হোৱা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎসককেইগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। আগ্ৰহীসকলে ...