May 6, 2024 2:22 PM

views 77

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ‘PUBLIC SPEAK’ত ‘ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা’ শীর্ষক এটা আলোচনা

♦ আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন-ইন অনুষ্ঠান "PUBLIC SPEAK"ত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞ অখিলেশ গৌড়ৰ সৈতে "ডিজিটেল সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ চিন্তাৰ প্ৰয়োজনীয়তা" শীর্ষক এটা আলোচনা আগবঢ়োৱা হ'ব। আলোচনাত ড: গৌড়ৰ সৈতে জ্যেষ্ঠ তথ্য বিশেষজ্ঞ ড. গুলশন ৰায়ো উপস্থিত থাকিব। অনুষ্ঠানৰ সময়ত শ্ৰোতাসকলে অতিথিসকলক বিভিন্ন চাইবাৰ ভাবুকি আৰু ডাটা আৰু চিষ্টেম সুৰক্ষিত কৰাৰ উপায়ৰ বিষয়ে প্রশ্ন সুধিব পাৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শ্রোতাসকলে আজি নিশা ...

April 8, 2024 6:39 PM

views 81

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি Pension Options available for General public সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ‍ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক'হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনা চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১- ২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জনসাধাৰণৰ বাবে উপলব্ধ হৈ থকা পেন্সনৰ বিভিন্ন বিকল্প তথা এইসমূহ ব্যৱহাৰ কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্ৰোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয...

April 7, 2024 9:13 PM

views 165

পাব্লিক স্পীকঃ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক’হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জনসাধাৰণৰ বাবে উপলব্ধ হৈ থকা পেন্সনৰ বিভিন্ন বিকল্প তথা এইসমূহ ব্যৱহাৰ কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্রোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰ...