September 2, 2026 5:41 PM
5
ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সাৰ্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতাৰ নীতিৰ ওপৰত আধাৰিতঃ পবিত্ৰ মাৰ্ঘেৰিটা
ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংঙ্গী আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সন্মান, সার্বভৌমত্ব আৰু ভৌগালিক অখণ্ডতা, সামুদ্ৰিক আৰু আকাশী পথৰ স্বতন্ত্রতা, বৈধ ব্যৱসায় আৰু বিবাদৰ শান্তিপূর্ণ সমাধানৰ ওপৰত আধাৰিত বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে। পালাউৰ কৰোৰত অনুষ্ঠিত প্ৰশান্ত সাগৰীয় দ্বীপ মঞ্চৰ নেতাসকলৰ ৫৫ সংখ্যক বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কালি কয় যে, ভাৰতে প্ৰশান্ত মহাসাগৰীয় এলেকাক দূৰৱৰ্তী অঞ্চল হিচাপে নহয় বৰং ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ...