July 13, 2026 6:38 PM

views 31

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গ...

June 24, 2025 8:13 PM

views 66

অ’ এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি

প্ৰদূষণ নিয়ন্ত্রণ বোর্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ অ' এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। অ' এন জি চিৰ খননক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্রিত গেছ নির্গমন অভিযোগত বোর্ডে এই জাননী জাৰি কৰিছে। পৰিবেশ নিয়ন্ত্রণ বোর্ডে জাৰি কৰা এটা নির্দেশত উল্লেখ থকা মতে, অ' এন জি চিয়ে পানী সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন ১৯৭৪ বায়ু সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ আইন ১৯৮১ আৰু বিপদজনক তথা আন বিষাক্ত পেলনীয়া সামগ্রী নিষ্কাষণ নীত...

June 23, 2025 5:38 PM

views 69

ভটিয়াপাৰত অ’ এন জি চিৰ ৰীগৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণত বিশেষজ্ঞ দলৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জানিবলৈ দিছে। অ' এন জি চিৰ সংকট ব্যৱস্থাপনাৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰিত কৰিছে। ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কুপটো কেপিং কৰাৰ ...

June 23, 2025 11:52 AM

views 80

আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত অ’ এন জি চিৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জানিবলৈ দিছে। অ' এন জি চিৰ সংকট ব্যৱস্থাপনাৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰিত কৰিছে। ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কুপটো কেপিং কৰাৰ...

June 21, 2025 7:10 PM

views 138

অ’ এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত

শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অ' এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্রয়োগেৰে গেছ নিগমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেট্ৰ'ৰ মুখ্য কাৰ্যালয়ত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি প্রতিবাদস্থলীত উপস্থিত হৈ এছ কে পেট্ৰ'ৰ প্ৰতিনিধিৰ দলে বীৰ লাচিত সেনাৰ সৈতে আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। বীৰ লাচিত সেনাই আলোচনা স্বীকাৰ কৰি কেইবাটাও দাবী উত্থাপন কৰে। ১০০ শতা...

June 19, 2025 11:47 AM

views 64

ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ' এন জি চিৰ গেছ নির্গমন সন্দৰ্ভত কালি লোক সেৱা ভৱনত নিগমৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙৰ সৈতে এখন গুৰুত্ব বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে গেছ নির্গমনৰ ঘটনাটো অতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰে। তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য চৰকাৰে সকলো সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই জনসাধাৰণৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধ্যক্ষগৰাকীক আহ্বান জনায়। মুখ্যমন্ত্রী শর্মাই এই গেছ নির্গমন সন্দৰ্ভত...

April 16, 2025 1:18 PM

views 85

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ'পেন এক্‌জে লাইচেন্সিং পলিচী চমুকৈ অ' এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্টন কৰিছে। বিষয়টোৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছে যে, ইয়াৰ দ্বাৰা ভাৰতৰ অব্যৱহৃত শক্তি ক্ষমতাৰ আহৰণ তথা আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় হ'ব। শক্তিখণ্ডত ইয়াৰ দ্বাৰা সুদূৰপ্ৰসাৰী প্রভাৱ পৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে অলপতে গৃ...

June 1, 2024 8:04 PM

views 65

অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা

তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ অসম সম্পদ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ কেইবাটাও দল-সংগঠনে প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। শিৱসাগৰ প্ৰেছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, উজনি অসম মুছলীম কল্যাণ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি কেইবাটাও সংগঠনে বহিৰাগত লবীৰ ষড়যন্ত্ৰৰ ফলত অ এন জি চিৰ অসম সম্পদক শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া চল...