September 15, 2026 12:57 PM
4
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা ১০৩৩ প্রযুক্তিগতভাৱে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ
ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বৰ্তমানৰ ১০৩৩ ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা উন্নত প্রযুক্তিৰে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাই পথেৰে যাতায়াত কৰা লোকসকলক দ্রুত আৰু উন্নত সুবিধা প্ৰদান কৰাৰ অৰ্থে এই ব্যৱস্থা লোৱা হৈছে। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘাইপথ উন্নীতকৰণ প্ৰক্ৰিয়া কৃত্রিম বুদ্ধিমত্তা, বাস্তৱ সময়ৰ স্থান অনুসৰণ আৰু সক্ৰিয় জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। ইয়াৰ জৰিয়তে ১০৩৩ হেল্পলাইনে ফোন কৰা ল...