September 16, 2026 12:53 PM
6
নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৯৯ লৈ বৃদ্ধি
নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৯৯ লৈ বৃদ্ধি পাইছে। উদ্ধাৰকাৰী দলে বর্তমানলৈকে ১৩,৭৪২ গৰাকী লোকক উদ্ধাৰ কৰিছে। প্ৰায় ৫,১৭০ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে।যোৱা ২৬ আগষ্টত নেপাল-তিব্বত সীমান্তৰ ওচৰত হিমস্খলনৰ ফলত সৃষ্টি হোৱা এই আকস্মিক বানে উত্তৰ আৰু মধ্য নেপালৰ চহৰ আৰু গাঁওসমূহ ধ্বংস কৰি পেলায়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে চিটৱান জিলাৰ পৰা ৩৬৪টা, পূব নৱালপাৰাছীৰ পৰা ২৩২টা, পশ্চিম নৱালপাৰাচীৰ পৰা ২২২টা, আৰু নুৱাকোটৰ পৰা ২০...