April 2, 2025 8:22 PM

views 81

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। তেওঁ কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষা আৰু উদ্ভাৱনৰ মাধ্যমেৰে আত্মনিৰ্ভৰ আৰু প্ৰতিযোগিতামুখী ৰাষ্ট্ৰৰ পথ প্ৰশস্ত কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে এখন বাতৰি কাকতত লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে নিবন্ধটোত যোৱা এটা দশকত দেশৰ শিক্ষাৰ খণ্ডলৈ অহা আমূল পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰা হৈছে।

March 30, 2025 8:21 PM

views 49

ছট্টিশগড়ত ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছট্টিশগড়ৰ বিলাসপুৰ জিলাৰ মোহভট্টাত গৃহ নিৰ্মাণ, শিক্ষা, তেল আৰু গেছ, ৰে'ল, পথ তথা বিদ্যুৎ শক্তি সম্পৰ্কীয় ৩৩,৭০০ কোটিতকৈও অধিক ধনৰ ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক উন্নয়নমূলক প্রকল্প মুকলি কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ছট্টিশগড়ৰ নক্সালবাদী অধ্যুষিত অঞ্চলসমূহত শান্তিৰ নতুন দিগন্ত পৰিলক্ষিত হৈছে। তেওঁ কয়, যে ৰাজ্যখনৰ দূৰৱৰ্তী জনজাতীয় অঞ্চলসমূহত স্বাস্থ্যৰ সুবিধা, ...

March 30, 2025 5:52 PM

views 65

নাগপুৰত উপস্থিত প্রধানমন্ত্ৰী মোদীঃ ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভগত, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নবীছো উপস্থিত থাকে। ১৯২৫ চনত নাগপুৰত ড০ কেশৱ হেডগেৱাৰে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এইবাৰ শতবার্ষিকী উদযাপন কৰিছে। ইয়াৰ পাছতে প্...

March 30, 2025 4:39 PM

views 127

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...

March 30, 2025 1:15 PM

views 63

ছাত্ৰ-ছাত্ৰীসকলে শিকিবৰ বাবে বৰ্তমান বহু নতুন নতুন উপায় ওলাইছেঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...

March 19, 2025 5:30 PM

views 33

পৃথিৱীত ক্রিউ-9 মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোকে প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

পৃথিৱীত ক্রিউ-নাইন মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু ক্রিউ-নাইনৰ মহাকাশচাৰীসকলে বিশ্ববাসীক প্রকৃত দৃঢ়তাৰ অৰ্থ কি, সেয়া পুনৰ দেখুৱাই দিলে। তেওঁ কয়, যে এয়া অসীম ধৈর্য, সাহস আৰু মানৱীয় ভাৱনাৰ পৰীক্ষা আছিল। অজ্ঞাত পৰিস্থিতিত মহাকাশচাৰীকেইগৰাকীয়ে দেখুওৱা অসীম দৃঢ়তাই সদায় অনুপ্ৰেৰণা যোগাই যাব বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। সুনীতা উইলিয়াম্‌ছৰ...

March 11, 2025 4:51 PM

views 44

দুদিনীয়া ভ্রমণসূচীৰে মৰিচাছত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচী লৈ আজি পুৱা দ্বীপ ৰাষ্ট্ৰ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামে শ্ৰী মোদীক বিমান বন্দৰত আদৰণি জনায়। মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিমান বন্দৰত দেশখনৰ উপ-প্রধানমন্ত্রী, মুখ্য ন্যায়াধীশ, সংসদৰ অধ্যক্ষ, বিৰোধী দলপতি, বিদেশ মন্ত্রী, কেবিনেট সচিব, গ্ৰেণ্ড পোর্ট, জিলা পৰিষদৰ অধ্যক্ষ আৰু অন্যান্য বহু নেতাই প্রধানমন্ত্রী মোদীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে বিমান বন্দৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ...

March 8, 2025 3:54 PM

views 50

প্রধানমন্ত্ৰী মোদীয়ে এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে আজি পুৱাৰেপৰা তেওঁৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অতুলনীয় সাফল্য লাভ কৰা নাৰীসকলে আন নাৰীক প্ৰভাৱিত কৰিব পৰাকৈ তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰচাৰ কৰিছে। এই মহিলাসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোক দক্ষতাপূৰ্ণ বুলি উল্লেখ কৰি শ্রীমোডীয়ে কয়, যে তেওঁলোক ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক হি...

March 8, 2025 3:51 PM

views 51

গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ নাৰীসকলৰ মাজত উদ্যমিতা সৃষ্টি আৰু তেওঁলোকৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে প্রধানমন্ত্রী মোডীয়ে ২০২৩চনৰ ১৫ আগষ্টত লাখপতি দিদি আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কৃষি, পশুপালন আৰু ক্ষুদ্র উদ্যোগৰ জৰিয়তে বছৰি কমেও এক লাখ টকা অৰ্জন কৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক লাখপতি দিদি হিচাপে স্বীকৃতি দিয়া হয়। এইসকল মহিলাই চৰকাৰৰ পৰা আর্থি...

March 7, 2025 7:54 PM

views 63

জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। জন ঔষধী দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে দেশৰ প্ৰতিটো প্ৰান্তত কেনেদৰে গুণগত মানৰ ঔষধ লাভ কৰিব পৰা গৈছে, কেনেদৰে সুলভ মূল্যৰ ঔষধে পৰিয়ালসমূহৰ ধন ৰাহি কৰাত সহায় কৰিছে আৰু কেনেদৰে ভাৰতৰ জন ঔষধি আৰ্হিয়ে বর্তমান সমগ্র বিশ্বক অনুপ্ৰাণিত কৰিছে, সেই বিষয়ে প্ৰকাশ কৰে। শ্রী মোদীয়ে লগতে কয়, দেশত বৰ্তমান হৃদ ৰোগৰ চি...