আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ঐশ্বৰ্যশালী সামুদ্রিক ইতিহাসক সোঁৱৰি সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত ৰাষ্ট্ৰ নিৰ্মাণত সামুদ্রিক খণ্ডৰ ভূমিকা প্রতিফলিত হয়। চৰকাৰে দেশৰ প্ৰগতি সুনিশ্চিত কৰাৰ বাবে বন্দসমূহকে ধৰি সামুদ্রিক খণ্ডক শক্তিশালী কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে।
Assamese | April 5, 2025 6:48 PM | narendra modi | PMO Modi
আজি ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস