February 23, 2025 12:26 PM

views 81

মেদবহুলতা সমস্যা ৰোধ কৰিবলৈ খাদ্যাভাসত পৰিৱৰ্তন আনিবলৈ জনসাধাৰণৰ প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে এক সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। আজিৰ মন কী বাত অনুষ্ঠানত দেশবাসীক প্ৰশংসা কৰি কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰতি সদায় আগ্রহী। আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ৮ মাৰ্চ দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ ...

January 19, 2025 8:59 PM

views 64

ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছে। আজি মন কী বাতত প্রধানমন্ত্রীয়ে মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্যৰ প্ৰশংসা কৰে । বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্রযুক্তি ষ্টাৰ্ট আপ পিকচেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্ত...

January 19, 2025 7:13 PM

views 102

হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ সৈতে মৰম আৰু সহনশীলতাৰে বসবাস কৰিবলৈ শিকাইছে। তেওঁ হাতী আৰু মানুহৰ সংঘাতৰ কথা উল্লেখ কৰি সংগঠনটোৱে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। গাঁওবাসীয়ে ৮০০ বিঘা অনুৰ্বৰ ভূমিত নেপিয়াৰ ঘাঁহ খেতি কৰি...

December 29, 2024 6:18 PM

views 66

শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশ ক্রমে ইজিপ্ত, পাৰাগুৱে আৰু ফিজিত ভাৰতীয় ভাষা সংস্কৃতিৰ প্ৰসাৰৰ বিষয়েও উল্লেখ কৰে। শীতকালত দেশজুৰি চলি থকা ক্ৰীড়া আৰু শাৰীৰিক সুস্থতা বিষয়ক বিভিন্ন কাৰ্যসূচী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে দেশৰ বাষ্টাৰ অঞ্চলত নতুন অলিম্পিক সমাৰোহ আৰম্ভ হৈছে। এসময়ত মাওবাদীসকলৰ হিংসাৰে জৰ্জৰিত এই অঞ্চলটোত এই সমাৰোহৰ আয়োজনক দেশলৈ অহা পৰিৱৰ্তন আৰু যুৱ প্ৰজন্মৰ উদ্দীপনাৰ প্ৰতীক হিচাপে তেওঁ অভিহিত কৰে।

December 29, 2024 6:14 PM

views 80

দেশত ২০১৫ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত মৃত্যুৰ সংখ্যা ৮০ শতাংশ হ্ৰাস হোৱা বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

চাহ বাগিছা অঞ্চলৰ জনসাধাৰণে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ফলত যোৰহাটৰ চাহ বাগিছাসমূহত এসময়ত দুঃশ্চিন্তাৰ কাৰণ হৈ পৰা মেলেৰিয়া ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। প্রধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইকথা প্ৰকাশ কৰে। এই প্ৰসংগত শ্রীমোদীয়ে কয়, যে স্বাস্থ্য খণ্ডত ভাৰতে লাভ কৰা দুটা সাফল্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ কয়, যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০১৫ ৰ পৰা ২০২৩ চনৰ ভিতৰত মেলেৰিয়াত হ...

December 29, 2024 6:10 PM

views 57

চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাক শক্তিশালী কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধানৰ গৌৰৱময় যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। অহা বছৰৰ ২৬ জানুৱাৰীত দেশত সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ব। নিজৰ বক্তব্যত শ্রীমোদীয়ে সংবিধানক দেশবাসীৰ পথ প্ৰদৰ্শক বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে এনিমেশন চিনেমা, নিয়মীয়া চিনেমা, টিভি চিৰিয়েল আদিৰ জনপ্ৰিয়তাৰ প্ৰসংগ উল্লেখ কৰি কয়, যে এই সৃষ্টিশীল উদ্যোগটোৱে দেশৰ প্ৰগতিত ভূমিকা গ্ৰহণ কৰাৰ লগতে দেশৰ অৰ্থনীতিকো আগুৱাই নিছে। চিনেমা আৰু মনোৰঞ্জন উদ্যোগে এক ভাৰত শ্ৰেষ্...

December 22, 2024 11:52 AM

views 76

মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা মতামত আৰু পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্রী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ' নাইবা মাই গ’ভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা ২৭ ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব।

December 15, 2024 8:56 PM

views 66

২৯ ডিচেম্বৰত প্ৰচাৰ হ’বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা মতামত আৰু পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব এই অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তদুপৰি নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তে জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা ২৭ ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শ সমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ...

November 24, 2024 6:14 PM

views 81

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ বিষয়ে মন কী বাতত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত তেওঁৰ শেহতীয়া গায়েনা ভ্ৰমণৰ বিষয়ে আনন্দ প্রকাশ কৰি কয়, যে গায়েনাত এখন মিনি ইণ্ডিয়া বাস কৰে। প্ৰায় ১৪০ বছৰৰ আগতে ভাৰতীয় লোকসকলক পথাৰত কাম কৰিবলৈ বা অন্যান্য কামৰ বাবে গায়েনালৈ লৈ যোৱা হৈছিল। শ্রীমোদীয়ে কয়, যে গায়েনাত থকা ভাৰতীয় মূলৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে দেশখনক নেতৃত্ব প্ৰদান কৰি আহিছে। তেওঁ কয়, যে গায়েনাৰ ৰাষ্ট্ৰপতিও ড০ ইৰফান আলীও ভাৰতীয় মূলৰ আৰু তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যক লৈ গৌৰান্বিত। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে ...

November 24, 2024 6:05 PM

views 80

গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান বুলি  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান। তেওঁ প্ৰকাশ কৰে যে, এনেকুৱা এটা পুথিভঁৰাল শিশুসকলৰ বাবে চেন্নাইত আৰম্ভ কৰা হৈছে। যিটো এতিয়া শিক্ষা আৰু সৃষ্টিশীলতাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু যাক প্ৰকৃত অ'ৰিভাগম বুলি জনা যায়।