October 22, 2026 5:41 PM
13
ৰাজ্যত অহা ৭ নৱেম্বৰৰ পৰা খেল মহাৰণৰ তৃতীয় সংস্কৰণ আৰম্ভ
ৰাজ্যত অহা ৭ নৱেম্বৰৰ পৰা হ'বলগীয়া খেল মহাৰণৰ তৃতীয়টো সংস্কৰণৰ বাবে ৪০ লাখৰো অধিক যুৱক-যুৱতীয়ে পঞ্জীয়ন কৰিছে। অভিলেখসংখ্যক এই পঞ্জীয়নে ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ, উদ্যম আৰু প্ৰতিভা বৃদ্ধি পোৱাটোকে প্ৰমাণ কৰে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে গাঁৱৰ খেল-পথাৰৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিভা সন্ধান, প্রতিভা বিকাশ আৰু ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক শক্তিশালী কৰাৰ বাবে এইবাৰ অধিক ব্যাপক আৰু ৰোমাঞ্চকৰ ৰূপত এই ক্ৰীড়াৰ আয়োজন কৰা হ'ব। ১ নৱেম্বৰত খেল মহা...