July 11, 2026 7:59 PM

views 16

অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ

অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত খাদ্য সুৰক্ষা, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসু কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ, সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্রীদ্বয়ে বৈঠকত দুয়োখন ৰাজ্যৰ অভিজ্ঞতা আৰু পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰীৰায়ে কয় যে আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস...

July 9, 2026 8:03 PM

views 11

ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ বিধানসভাত উত্থাপন

ৰাজ্য চৰকাৰে ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক-২০২৬ আজি বিধানসভাত উত্থাপন কৰে। বিধেয়কখনৰ উদ্দেশ্যৰ বিষয়ে সদৰী কৰি নগৰ পৰিক্ৰমা মন্ত্রী কৌশিক ৰায়ে কয়, যে অনুসূচিত নগৰ অথবা ছেটেলাইট নগৰৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে এই প্ৰাধিকৰণ গঠন কৰা হৈছে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে প্ৰাধিকৰণৰ আওঁতাৰ বিষয় সন্দর্ভত সময়ে সময়ে অধিসূচনা জাৰি কৰিব। তেওঁ কয়, যে নগৰাঞ্চলৰ বিকাশ, পৰিকল্পনা আৰু ৰূপায়ণৰ সৈতে বিভিন্ন চৰকাৰী সংস্থা জড়িত থকাৰ ফলত সিদ্ধান্ত গ্রহণত ঘটা বিলম্ব দূৰ কৰাৰ বাবে বিধেয়কখনত এটা সুকীয়া কেন্দ্রীভূত প্রতি...

July 3, 2026 7:02 PM

views 14

বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত শীর্ষ বিষয়াৰে মন্ত্রী কৌশিক ৰায়ৰ পর্যালোচনা বৈঠক

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি বিভাগটোৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত শীর্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয়, যে এই আয়োগত মুঠ সাতজন সদস্য থাকিব। ইয়াৰ ভিতৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্রদায়ৰ পৰা এজনকৈ সদস্য থকাৰ উপৰি ন্যূনতম দুগৰাকী মহিলা সদস্য অন্তর্ভুক্ত হ'ব লাগিব। খাদ্য সুৰক্ষা ব্যৱস্থাৰ ফলপ...

June 18, 2026 7:58 PM

views 17

বৰাকত মন্ত্রী কৌশিক ৰায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা

ৰাজ্যৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে কয় যে বৰাক উপত্যকাৰ পথ আৰু যোগাযোগ আন্তঃগাঁথনিৰ উন্নয়ন পুনৰনিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। উপত্যকাটোত যোগাযোগ ব্যবস্থা অধিক উন্নত, সুৰক্ষিত আৰু আধুনিক কৰি গঢ়ি তোলাৰ বাবে বিভিনন প্রকল্প বর্তমান অব্যাহত আছে আৰু ভালেমান প্রকল্প সন্দর্ভত আলোচনা অব্যাহত আছে। বিশেষকৈ মালিদহৰ পৰা বদৰপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰনিৰ্মাণৰ কাম, শিলচৰ চহৰৰ কেপিটেল পইণ্টৰ পৰা ৰাংগীৰখাৰিলৈ আৰু পয়লাপুলৰ পৰা কুমাচৰাল...