May 15, 2024 6:05 PM

views 60

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ মে'ত প্ৰতিযোগিতাৰ আন এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি আৰু অহা ১৯ মে'ত গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যা...

May 13, 2024 6:12 PM

views 41

আই পি এলত আজি কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনফালে, যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহী কেপিটেলছে ১৯ অভাৰ আৰু ১টা বলত আটাইকেইট...

May 13, 2024 11:11 AM

views 55

আই পি এল ক্রিকেটত ডেলহী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দেলহী কেপিটেলছে ১৯ অভাৰ আৰু ১টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে চেন্নাই ছুপাৰ কিংছে এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি...

May 12, 2024 8:11 PM

views 75

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪১ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৮ অভাৰ আৰু দুটা বলত ৫ উইকেট হেৰুৱাই ১৪৫ ৰাণ কৰে। ইফালে, বেংগালুৰুৰ এম. চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, দেলহি কেপিটেলছৰ মুখামুখি হৈছে।

May 12, 2024 7:11 PM

views 57

আই পি এল ক্রিকেট প্রতিযোগিতাৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল গুৱাহাটীত উপস্থিত

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীত হ'বলগীয়া প্ৰথমখন খেলৰ বাবে পাঞ্জাব কিংছৰ খেলুৱৈসকল বৰঝাৰস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেহি। দিনৰ ৩.৩০ বজাত এখন বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দলটো উপস্থিত হয়। আঘাতৰ সমস্যাৰ বাবে শিখৰ ধৱনৰ বাদে দলটোৰ আন সকলো খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে। উল্লেখ্য যে ৰাজস্থান ৰয়েলছে অহা ১৫ মে'ত পাঞ্জাব কিংছৰ বিৰুদ্ধে আৰু ১৯ মে'ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে বর্ষাপাৰা ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব। দুয়োখন খেলৰ বাবে কাইলৈ ৰাজ...

May 12, 2024 12:21 PM

views 66

আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৮ ৰানত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ১৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভেংকটেছ আয়াৰৰ ২১টা বলত কৰা ৪২ ৰানৰ সহায়ত ১৬ অভাৰত ৭টা উইকেট হেৰুৱাই ১৫৭ ৰান কৰে। মুম্বাইৰ হৈ যশপ্রীত বুমৰাহ আৰু পীয়ুষ চাৱলাই দুটাকৈ উইকেট দখল কৰে। বৰষুণৰ বাবে খেলখন আৰম্ভ হোৱাত বিলম্ব ঘটে আৰু খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰা হয়। প্ৰত্যুত্তৰত মুম্বাইৰ ইণ্ডিয়ানছ দলে ১৬ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৯ ৰানহ...

May 11, 2024 5:48 PM

views 70

আই পি এলঃ বৰ্ষাপাৰা ষ্টেডিয়ামত ১৫ আৰু ১৯ মে’ত আই পি এলৰ দুখন খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ দুখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১৫ আৰু ১৯ মে'ত অনুষ্ঠিত হ'ব। ১৫ মে'ত সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ আৰু ১৯ মে'ত দলটো কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে খেলি থকা ৰাজস্থান ৰয়েলছ দলৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰৰ উপস্থিতত আজি বি চি চি আইৰ যুটীয়া সচিব দেৱজিত শ‍ইকীয়াই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, খেল দুখনৰ বাবে অহা ১৩ মে'ত ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীত উপস্থিত হ'ব। সংবাদমেলত ৰাজস্থান ৰয...

May 11, 2024 2:54 PM

views 53

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 10, 2024 6:30 PM

views 44

আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ খেল

গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উই...

May 9, 2024 5:10 PM

views 59

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত পাঞ্জাব কিংছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ধৰ্মশালাত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১০ উইকেট পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দাবাদে মাত্র ৯ ...